• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

SBI-ৰ এটা একাউণ্টৰ দুজন গৰাকী; এজনে টকা ভৰায়, আনজনে মোদীয়ে দিয়া বুলি উলিয়ায়

এন ই নাও নিউজ by এন ই নাও নিউজ
November 22, 2019 5:54 pm
SBI story

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্য প্রদেশেৰ ভিন্ডত এজন ব্যক্তিয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নির্বাচনী ভাষণক খুব গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এতিয়া সমস্যাৰ সন্মুখিন হৈছে।

ঘটনাটো ভিন্ড জিলাৰ আলমপুৰস্থিত SBI ত সংঘটিত হৈছে। বেংকৰ ভুলৰ বাবে এজন ব্যক্তিয়ে উপার্জন কৰা ধন  অন্য এজনৰ একাউন্টত সোমাই আৰু অন্য ব্যক্তিগৰাকীয়ে টকাখিনি প্ৰধান মন্ত্ৰী মোদীয়ে ভৰাই দিয়া বুলি ভাবি উলিয়াই থাকে।

Apply Now

দৰাচলতে আলমপুৰস্থিত ভাৰতীয় ষ্টেট বেংকত একেনামৰ দুগৰাকী ব্যক্তিয়ে বেংক একাউণ্ট খোলে। হুংকুম সিং নামৰ ব্যক্তি দুগৰাকীৰ ঘৰ ক্ৰমে ৰুৰোই আৰু ৰোনি গাঁৱত।

বেংক একাউণ্ট খোলাৰ পাছত ৰুৰোইৰ হুকুম সিং নামৰ ব্যক্তিগৰাকীয়ে জীৱিকাৰ সন্ধানত হাৰিয়ানালৈ গুচি যায়।

বেংক কৰ্মচাৰীসকলে ভুলতে পাছবুকত দুয়োগৰাকী হুকুম সিঙৰ মাত্ৰ ফটোহে সলনি কৰিলে কিন্তু ঠিকনা আৰু একাউণ্ট নম্বৰ এটাই ৰাখে।

भिंड के रूरई के हुकुम सिंह पैसे डालते रहे, रोनी गांव के हुकुम सिंह निकालते रहे क्योंकि उन्हें लगा पैसे मोदीजी वायदे के मुताबिक भेज रहे हैं!बैंक ने दोनों को एक ही खाता नंबर दे दिया था @AunindyoC @rssurjewala @INCIndia @BJP4India #धरतीपुत्र_मुलायमसिंह #gonnatellmykids pic.twitter.com/SeAu1TKz9P

— Anurag Dwary (@Anurag_Dwary) November 22, 2019

পৰৱৰ্তী সময়ত ৰুৰোইৰ হুকুম সিঙে হাৰিয়ানাত কাম কৰি নিজৰ একাউণ্টত টকা জমা কৰি গ’ল আৰু ৰোনি গাৱৰ হুকুম সিঙৰ বেংক একাউণ্টত সেই টকা জমা হৈ থাকিল।

ৰোনি গাঁৱৰ হুকুম সিঙে তেওঁৰ একাউণ্টত মোদীয়ে টকা ভৰাই দিয়া বুলি ভাবি সেই টকা উলিয়াই থাকিল। এনেদৰে তেওঁ প্ৰায় ৬ মাহ ধৰি টকা একাউণ্টৰ পৰা উলিয়াই থাকিল।

এনেদৰে ৰোনি গাঁৱৰ হুকুম সিঙে একাউন্টৰ পৰা ৬ মাহত ৮৯,০০০ টকা উলিয়াই।

এই সমগ্ৰ বিষয়টো পোহৰলৈ আহিল যেতিয়া ৰুৰোই গাৱৰ হুকুম সিং মাটি কিনিবলৈ ঘৰলৈ আহিল। তেওঁ  ১ অক্টোবৰত জমা থকা টকাখিনি উলিয়াবৰ বাবে বেংকলৈ যায় আৰু তেওঁৰ একাউণ্টত মাত্ৰ ৩৫ হাজাৰ ৪০০ টকাহে জমা থকা বুলি জানিব পাৰে।

প্ৰকৃততে ৰুৰোইৰ হুকুম সিঙে বেংকত মুঠ ১ লাখ ৪০ হাজাৰ টকা জমা কৰিছিল। ইয়াৰ পাছতে তেওঁ বেংকৰ কৰ্মীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

ৰুৰোইৰ হুকুম সিঙে জনোৱা মতে বেংকৰ কৰ্মকৰ্তা সকলে সমগ্ৰ বিষটো দমন কৰাৰ বাবে চেষ্টা কৰিছে।

বেংকৰ পৰিচালক ৰাজেশ সোনকৰে ঘটনা সম্পৰ্কত কয় ‘একাউন্ট ধাৰকে এই টকা পাবই। কিন্তু গম পোৱা গল যে টকাখিনি ৰোনি গাঁৱৰ হুকুম সিঙৰ ওচৰতহে আছে’।

এই সম্পৰ্কত যেতিয়া ৰোনি গাঁৱৰ হুকুম সিঙক প্রশ্ন কৰা হয় তেওঁ স্পষ্টভাৱে টকাখিনি মোদীয়ে তেওঁৰ একাউণ্টত ভৰাই দিয়া বুলি ভাবি উলিয়াইছে বুলি কয়।

‘‘ভাবিলো মোদীজীয়ে টকা দিছে, সেয়ে মই টকা উলিয়াই গলো। মোৰ হাতত কোনো টকা নাছিল, মই অসহায় আছিলো। ঘৰৰ বিভিন্ন কামত টকাখিনি খৰছ কৰিলো,’’ ৰোনি গাঁৱৰ হুকুম সিঙে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd