• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেবক লৈ পুনৰ যুটীয়া সংসদীয় সমিতি?

আগৰখন যুটীয়া সংসদীয় সমিতিয়ে বিধেয়কখন গৃ্হীত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল।

এন ই নাও নিউজ by এন ই নাও নিউজ
November 23, 2019 7:57 pm
AASU, NESO meet JD(U) over CAB

জে দি (ইউ) নেতা ত্যাগীৰ সৈতে নেছ’ নেতৃত্ব, শনিবাৰে। ছবি- নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন ডি এৰ অংশীদাৰ জে ডি (ইউ)ৰ আশ্বাস যদি সঁচা হয়, তেন্তে নাগৰিকত্ব বিধেয়কক লৈ পুনৰ গঠন হ’ব যুটীয়া সংসদীয় সমিতি।

কেন্দ্ৰ লোক সভাৰ চলিত শীতকালীন অধিৱেশনত বিধেয়কখন গৃহীত কৰিবলৈ সাজু হোৱাৰ মাজতে জে ডি (ইউ)ৰ ৰাষ্ট্ৰীয় সম্পাদক কে চি ত্যাগীয়ে শনিবাৰে এই সন্দৰ্ভত এক মন্তব্য কৰিছে।

Apply Now

“সংসদত উত্থাপনৰ পূৰ্বে বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ পঠোৱাৰ আমি পৰামৰ্শ দিম…তাৰ পিছত যি ঐকমত্য তৈয়াৰ হয় তাত আমি সমৰ্থন জনাম,” ত্যাগীয়ে নৰ্থইষ্ট নাওক জনায়।

বিহাৰৰ শাসক দলটোৱে পূৰ্বৰে বিধেয়কখন বিৰোধিতা কৰি অহাৰ কথা উল্লেখ কৰি ত্যাগীয়ে কয় যে এতিয়াও তেওঁলোকে ইয়াৰ বিৰোধিতা কৰে।

দলটোৱে বিষয়টোক লৈ ইতিমধ্যে এন ডি এ’ৰ অংশীদাৰসকলৰ মাজত আলোচনাৰ দাবী উত্থাপন কৰিছে।

বিধেয়ক বিৰোধিতাত জে ডি (ইউ)ৰ সমৰ্থন বিচাৰি ত্যাগীক শনিবাৰে নেছ’ আৰু আছুৰ প্ৰতিনিধি দল এটাই সাক্ষাৎ কৰাৰ পিছতে তেওঁ এই কথা সদৰী কৰিছে।

প্ৰতিনিধি দলটোক নেতৃত্ব দিয়া সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই নৰ্থইষ্ট নাওক জনোৱামতে, জে ডি (ইউ)এ বিধেয়কখন সদনৰ মজিয়াত বিৰোধিতা কৰিব বুলি প্ৰতিশ্ৰুতি দিছে।

“সাধাৰণভাৱে উত্তৰ-পূবৰ আৰু বিশেষকৈ অসমৰ খিলঞ্জীয়া লোকসকলৰ প্ৰতি বৃহৎ ভাবুকি এই বিধেয়কখনৰ বিৰুদ্ধে জে ডি (ইউ)ৰ সমৰ্থন বিচাৰি আমি ত্যাগীক সাক্ষাৎ কৰিলো,” ভট্টাচাৰ্য্যই জনায়।

প্ৰতিনিধি দলটোত ভট্টাচাৰ্য্যৰ উপৰি আছুৰ সভাপতি দীপাংক নাথ আৰু নেছ’ৰ অধ্যক্ষ চেমুৱেল জিৰৱাও আছিল।

আগৰখন যুটীয়া সংসদীয় সমিতিয়ে বিধেয়কখন গৃ্হীত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল।

“যুটীয়া সংসদীয় সমিতিয়ে পৰামৰ্শ দিয়ে যে সংশোধন কৰা ৰূপত বিধেয়কখন গৃ্হীত কৰিব লাগে আৰু আন মন্তব্য/ পৰামৰ্শসমূহ বিবেচনা কৰিব লাগে,” যোৱা ৪ জানুৱাৰিত অধ্যক্ষ ৰাজেন্দ্ৰ অগ্ৰৱালে স্বাক্ষৰ কৰা প্ৰতিবেদনত উল্লেখ।

২০১৬ চনত বিজেপি নেতৃত্বাধীন চৰকাৰৰ তদানীন্তন গৃহ মন্ত্ৰী ৰাজনাথ সিঙে বিধেয়কখন লোক সভাত উত্থাপন কৰিছিল।

বিধেয়কখনে ভাৰতৰ চুবুৰীয়া পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ অমুছলমান ধৰ্মীয় সংখ্যালঘু (হিন্দু, বৌদ্ধ, জেন, পাৰ্ছি, শিখ আৰু খ্ৰীষ্টান)ৰ ভাৰতীয়কৰণৰ চৰ্ত শিথিল কৰিব খুজিছিল।

যোৱা মোদী চৰকাৰৰ অন্তিম সময়চোৱাত বিধেয়কখন গৃহীত কৰাৰ চেষ্টা কৰা হৈছিল, কিন্তু ইয়াক অন্তিম মুহূৰ্তত ৰাজ্য সভাত দাখিলৰ পৰা চৰকাৰ বিৰত আছিল।

চলিত শীতকালীন অধিৱেশনত উত্থাপন হ’ব লগা বিধেয়কখন পূৰ্বতকৈ কিছু সালসলনি কৰা হৈছে বুলি অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল।

শৰ্মাই নতুন বিধেয়কত উত্তৰ-পূবৰ “অনন্য পৰিচয়”ৰ কথা মনত ৰখা হ’ব বুলি জনাইছিল।

কিন্তু, উত্তৰ-পূবৰ প্ৰতিবাদী সংগঠনসমূহে কোনো ৰূপতেই বিধেয়কখন গ্ৰহণ নকৰে বুলি ভাৰত চৰকাৰক জনাই আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd