• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ওদালগুৰিত জনজাতিকৰণৰ দাবীত মানৱ শৃংখল গঠনেৰে আদিৱাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 27, 2019 8:12 am
Udalguri-human-chain

ওদালগুৰিত মানৱ শৃংখল গঠনেৰে প্ৰতিবাদ

1.2k
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম আদিৱাসী ছাত্ৰ সন্থাই মঙলবাৰে জনজাতিকৰণৰ দাবীত ওডালগুৰি জিলাৰ পানেৰীৰ ওদালগুৰি-তামুলপুৰ পথত মানৱ শৃংখল গঠনেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্য্যসূচীৰ সময়ত শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে-কাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তপ্ত কৰি তোলে।

প্ৰতিবাদ স্থলীত বামুণজুলি, পানেৰী, হাতীগড, ওৰাংজুলিকে কৰি বহুকেইখন চাহ বাগিচাৰ প্ৰায় ৬০০ ৰো অধিক চাহ শ্ৰমিকে অংশগ্ৰহণ কৰি মানৱ শৃংখল গঠন কৰে।

ৰাজপথত মানৱ শৃংখল গঠনেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত প্ৰতিবাদকাৰী সকলে যান-বাহনৰ চলাচল ব্যাহত নোহোৱাকৈ প্ৰায় দুঘণ্টা সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰে।

‘‘এয়া চৰকাৰৰ সন্মুখত আমি ঐক্যবদ্ধ হৈ থকাৰ এক প্ৰতীকি উপস্থাপন। আমি চৰকাৰৰ ওচৰত আমাৰ সাংবিধানিক অধিকাৰ বিচাৰি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছো,’’ লক্ষ্মণ পূজা নামৰ এগৰাকী প্ৰতিবাদকাৰীয়ে কয়।

‘‘অন্য ৰাজ্যত আমাৰ ভাই-ভনী সকলে জনজাতিৰ মৰ্যদা লাভ কৰিছে কিন্তু অসমত স্বাধীনতাৰ পাছৰে পৰা আমাক আমাৰ অধিকাৰৰ পৰা বঞ্চিত কৰি অহা হৈছে। কেনেদৰে এটা সম্প্ৰদায়ক পৃথক পৃথক অঞ্চলত পৃথক পৃথক ধৰণে চিহ্নিত কৰা হৈছে,’’ দুৰপতি লোহাৰ নামৰ এগৰাকী প্ৰতিবাদকাৰীয়ে এনেদৰে প্ৰশ্ন কৰে।

আনাহাতে, ওদালগুৰি ছাত্ৰ সন্থাৰ সভাপতি ৰবীন গোৱালাই তেওঁলোকে আদিবাসী লেণ্ড বিচৰা নাই মাত্ৰ ভাৰতীয় সংবিধান অনুসৰি জনজাতিৰ মৰ্যদাহে বিচাৰিছে বুলি মন্তব্য কৰে।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd