• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিবহন বিভাগৰ উদ্যোগত আমিনগাঁৱত স্থাপন হ’ব আন্তঃৰাষ্ট্ৰীয় উন্নত মানদণ্ডৰ চালক প্ৰশিক্ষণ কেন্দ্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 27, 2019 10:20 am
Spot investigation

ভূমি পৰিদৰ্শনৰ সময়ত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ অপ্ৰশিক্ষণপ্ৰাপ্ত আৰু বাহন প্ৰশিক্ষণৰ প্ৰতি আগ্ৰহী চালক সকলৈ সু-খৱৰ কঢ়িয়াই আনিছে অসম পৰিবহন বিভাগ।

অতি শীঘ্ৰেই পৰিবহন বিভাগৰ উদ্যোগত আমিনগাঁৱত এটা আন্তঃৰাষ্ট্ৰীয় উন্নত মানদণ্ড চালক প্ৰশিক্ষণ কেন্দ্ৰ  স্থাপন হ’ব।

ইতিমধ্যে পৰিবহন বিভাগলৈ অসম চৰকাৰে ৬০ বিঘা ভূমি আৱণ্টন জনাইছে l

উন্নত চালক প্ৰশিক্ষণৰ অভাৱৰ বাবে উত্তৰ-পূৱত দীৰ্ঘদিন ধৰি দৈনিক ঘটি থকা ভয়ংকৰ পথ দুৰ্ঘটনা প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ বিভাগ অসমে আমিনগাঁৱত স্থাপন কৰিব  আন্তঃৰাষ্ট্ৰীয় চালক প্ৰশিক্ষণ কেন্দ্ৰটো।

অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰণৱ দত্ত গোস্বামীয়ে আনুষ্ঠানিকভাৱে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত শিলা সেন্দুৰী ঘোপা মৌজাৰ ৬০ বিঘা চৰকাৰী ভূমিৰ আবন্টন পত্ৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ হাতত অৰ্পণ কৰে।

আনুষ্ঠিকভাৱে চৰকাৰী ভূমিৰ আবন্টন পত্ৰ লাভ কৰাৰ পাছতেই পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত জিলা পৰিবহণ বিভাগৰ এটি সজাতি দলে পৰিবহণ বিভাগলৈ আবন্টন দিয়া চৰকাৰী ভূমি পৰিদৰ্শন কৰে।

উল্লেখযোগ্য যে, শীঘ্ৰেই আৰম্ভ হ’ব লগীয়া আন্তঃ ৰাষ্ট্ৰীয় চালক প্ৰশিক্ষণ কেন্দ্ৰটো নিৰ্মাণৰ দায়িত্ব ভাৰতীয় তেল নিগম আৰু বেচৰকাৰী প্ৰতিষ্ঠান অশোক লেলেণ্ডক অৰ্পণ কৰা হ’ব বুলিও ভূমি পৰিদৰ্শন কৰাৰ পাছতে এক সংবাদ মেল যোগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে পৰিবহন বিষয়া গৰাকীয়ে।

আনহাতে, ভূমি পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে যান বাহন পৰিদৰ্শক জয়সিং ৰংফাৰ, নুইমুদ্দিন আহমেদ, উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ মণ্ডল, কৰ্মচাৰী প্ৰমুখ্যে কেইবাগৰাকীও বিষয়া কৰ্মচাৰী।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্থানীয় বিধায়ক তথা বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই  বিশেষ পদক্ষেপে উত্তৰ পূৱৰ আগ্ৰহী চালকে সকলে উন্নত প্ৰশিক্ষণ পাবলৈ সক্ষম হোৱাৰ লগতে আৰু  আগন্তুক দিনত  ৰাজ্যত যথেষ্ট পৰিমানে পথ দুৰ্ঘটনা হ্ৰাস হ’ব বুলি সাংবাদিকৰ আগত মত পোষণ কৰে জিলা পৰিবহন বিষয়া গৌতম দাসে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

September 16, 2025 11:50 am
প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

September 16, 2025 11:50 am
প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd