• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হায়দৰাবাদৰ পাছত এইবাৰ ৰাজস্থানত মানৱতাক ভূলুণ্ঠিত কৰা ধৰ্ষণৰ ঘটনা; সৰ্বত্ৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
December 3, 2019 8:57 am
rape-pic-12-750x375-1140x570

প্ৰতীকি ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হায়দৰাবাদৰ পশু চিকিৎসক যুৱতীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ প্ৰতিবাদত ইতিমধ্যে উত্তাল হৈ পৰিছে সমগ্ৰ দেশ।

সোমবাৰে সংসদতো সকলো ৰাজনৈতিক দলে এই ঘটনাৰ প্ৰতিবাদত সৰৱ হৈ পৰে। কিছুমানে আনকি গণ প্ৰহাৰ কৰি ফাঁচীত ওলোমোৱাৰ পৰামৰ্শও দিয়ে।

Apply Now

এনে সময়তে ৰাজস্থানৰ দুটা ধৰ্ষণৰ ঘটনাই সকলোৰে চকু কপালত তুলিছে। ৰাজ্যখনৰ জালোৰ আৰু টংক জিলাত সংঘটিত ধৰ্ষণৰ ঘটনা দুটাৰ পাছত মানৱতা জীয়াই আছেনে তাকলৈয়েই প্ৰশ্ন উত্থাপিত হৈছে।

জালোৰ আৰক্ষীয়ে সদৰী কৰা অনুসৰি সাত বছৰ পূৰ্বে ১৭ বছৰীয়া এগৰাকী কিশোৰীৰ মাতৃ ঘৰ এৰি গুচি যায়। ইয়াৰ কিছুদিন পাছতে পৰিয়ালৰ আন মহিলাৰ সৈতে পিতৃক অসংযত অৱস্থাত প্ৰত্যক্ষ কৰে ছোৱালীজনীয়ে।

ইয়াৰ পাছতে ছোৱালীজনীৰ ওপৰত আৰম্ভ হয় নিৰ্যাতন। ঘৰত হাত-ভৰিত বান্ধি চেইনেৰে বান্ধি ৰাখি প্ৰতিদিনে অভিযুক্ত ব্যক্তিজনে ধৰ্ষণ কৰে।

যোৱা শুকুৰবাৰে সুযোগ বুজি ছোৱালীজনী মোমায়েকৰ ঘৰলৈ যায় আৰু সকলো বিৱৰি কয়। ইয়াৰ পাছতে ছোৱালীজনীৰ মোমায়েক আৰক্ষীৰ দ্বাৰস্থ হয়।

অভিযোগ দাখিল হোৱাৰ পাছৰে পৰা অভিযুক্ত পলাতক হৈ আছে আৰু আৰক্ষীয়ে অপৰাধীৰ সন্ধানত তালাচী অব্যাহত ৰাখিছে।

আনহাতে, টংক জিলাৰ খেতাদি গাঁৱত এজনী ছয় বছৰীয়া স্কুলীয়া ছাত্ৰীক বৰ্বৰভাৱে ধৰ্ষণ কৰি হত্যা কৰা হৈছে। নাবালিকা ছাত্ৰীগৰাকীক ধৰ্ষণৰ পাছত ধৰ্ষণকাৰীয়ে তাইৰ স্কুলৰ পোছাকৰ বেল্টেৰে ডিঙিত ফাঁচ লগাই হত্যা কৰে।

দেওবাৰে টংকৰ খেতাদি গাঁৱৰ এক নিৰ্জন অঞ্চলত ঝাৰণিৰ মাজৰ পৰা নাবালিকাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে মদৰ বটল আৰু খোৱাবস্তুৰ পেকেট উদ্ধাৰ কৰে। আৰক্ষীয়ে তাত তেজৰ ডোঙা দেখিবলৈ পায়। স্থানীয় লোকে ঘটনাস্থলীত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে শনিবাৰে নাবালিকাগৰাকীয়ে স্কুলত ক্ৰীড়া প্ৰতিযোগিতাত খেলা-ধূলাও কৰিছিল। কিন্তু তাৰ কিছুসময়ৰ পাছৰে পৰা তাই নিখোজ হৈ পৰিছিল।

দুপৰীয়া তিনি বজালৈকে তাই ঘৰলৈ নহাত তাইৰ পৰিয়ালৰ লোকে চাৰিওপিনে বিচাৰ-খোচাৰ কৰে। অৱশেষত দেওবাৰে ৰাতিপুৱা স্কুলৰ পৰা আধা কিলোমিটাৰমান দূৰত এখন ঝাৰণিৰ আঁৰত তাইৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হয়।

আৰক্ষী তথা ফৰেনছিকৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। টংকৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে শীঘ্ৰেই অপৰাধীক কৰায়ত্ত কৰা হ’ব। তদন্তৰ বাবে আৰক্ষীয়ে কেইবাটাও দল সাজু কৰিছে।

হায়দৰাবাদৰ ঘটনাই দেশবাসীক উদ্বিগ্ন কৰি ৰখাৰ সময়তে ৰাজস্থানৰ এনে পৈশাচিক ঘটনা দুটাই দেশৰ সচেতন লোকসকলক বাৰুকৈয়ে অস্থিৰ কৰি তুলিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm
ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd