• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

’৮৪ৰ শিখ গণহত্যা এৰাই চলিব পৰা গ’লহেঁতেন: মনমোহন সিং

প্ৰাক্তন প্ৰধান মন্ত্ৰী নৰ্সিমহা ৰাওৰ পুত্ৰ, বিজেপি নেতা এন ভি সুভাষে সিঙৰ মন্তব্য “অগ্ৰহণযোগ্য” বুলি কৈছে।

এন ই নাও নিউজ by এন ই নাও নিউজ
December 5, 2019 9:39 pm
1984 Sikh massacre could have been avoided: Manmohan Singh

মনমোহন সিঙৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙে বুধবাৰে কৈছে যে তদানীন্তন গৃহ মন্ত্ৰী নৰ্সিমহা ৰাৱে ইন্দৰ কুমাৰ গুজৰালৰ পৰামৰ্শ মানি লোৱাহ’লে ১৯৮৪ৰ শিখ গণহত্যা হয়তো এৰাই চলিব পৰা গ’লহেঁতেন।

সিঙে কয় যে ইন্দিৰা গান্ধীক হত্যাৰ পিছতে “গুৰুতৰ” পৰিস্থিতি মোকাবিলাৰ বাবে গুজৰালে তদানীন্তন গৃহ মন্ত্ৰী ৰাওক যিমান পাৰি সোনকালে সেনা মোতায়েনৰ পৰামৰ্শ দিছিল।

“সেই পৰামৰ্শ মনা হ’লে হয়তো ১৯৮৪ত ঘটা গণহত্যা এৰাই চলিব পৰা গ’লহেঁতেন,” ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী (১৯৯৭-৯৮)গুজৰালৰ এশ বছৰীয়া জন্ম জয়ন্তীৰ এক অনুষ্ঠানত প্ৰদান কৰা ভাষণত সিঙে কয়।

কিন্তু প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাওৰ পুত্ৰ, বিজেপি নেতা এন ভি সুভাষে সিঙৰ মন্তব্য “অগ্ৰহণযোগ্য” বুলি কৈছে। আৰু কৈছে মন্তব্যটোৱে তেওঁক “আঘাত” দিছে।

“গৃহ মন্ত্ৰী এজনে কেবিনেট অনুমোদন নোহোৱাকৈ স্বাধীনভাৱে সিদ্ধান্ত ল’ব পাৰেনে?” ইণ্ডিয়ান এক্সপ্ৰেছত সুভাষৰ উদ্ধৃতি।

শিখ গণহত্যাৰ বাবে সংসদ আৰু দেশবাসীক সিং আৰু কংগ্ৰেছ নেত্ৰী ছনিয়া গান্ধীয়ে পূৰ্বেও ক্ষমা খুজিছিল।

“অকল শিখ সম্প্ৰদায়কে নহয়, গোটেই দেশকে ক্ষমা খুজিবলৈ মোৰ অলপো সংকোচ নাইI মই মূৰ তল কৰো যে এনে ঘটনাও ঘটিছিল,” ২০০৫ চনত ৰাজ্য সভাত সিঙে কৈছিল।

ইন্দিৰা গান্ধীক তেওঁৰ চাৰিজন শিখ দেহৰক্ষীয়ে ১৯৮৪ চনত গুলীয়াই হত্যা কৰাৰ পিছত দেশ কঁপোৱা গণহত্যাটো সংঘটিত হৈছিল।

ৰাজধানী নতুন দিল্লীত ভয়ানক ৰূপ লোৱা এই গণহত্যাকাণ্ডত দেশজুৰি ৩০০০তকৈয়ো শিখ লোকক হত্যা কৰা হৈছিল।

বহুকেইজন কংগ্ৰেছ নেতা শিখ গণহত্যাত উন্নত্ত জনতাক নেতৃত্ব দিয়াৰ অভিযোগত অভিযুক্ত হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

August 17, 2025 4:53 pm
আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

August 17, 2025 3:55 pm
‘আস্থাভিত্তিক শাসন’ নে ‘অপৰাধীক সুৰক্ষা প্ৰদানৰ কৌশল! লোকসভাত উত্থাপন হ’ব জন বিশ্বাস (সংশোধনী) বিধেয়ক-২০২৫

‘আস্থাভিত্তিক শাসন’ নে ‘অপৰাধীক সুৰক্ষা প্ৰদানৰ কৌশল! লোকসভাত উত্থাপন হ’ব জন বিশ্বাস (সংশোধনী) বিধেয়ক-২০২৫

August 17, 2025 3:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

August 17, 2025 4:53 pm
আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd