• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমে ৰাজ্য চৰকাৰৰ বাবে হেৰুৱালে কেন্দ্ৰৰ ৪৯ কোটি টকা

অনুপ শৰ্মা by অনুপ শৰ্মা
December 6, 2019 7:02 pm
Assam CM asks people not to panic as COVID-19 postive cases reach 13 in state

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমে ৰাজ্য চৰকাৰৰ বাবে কেন্দ্ৰৰ ৪৯ কোটি টকাৰ এক পুঁজি ব্যৱহাৰৰ সুযোগ হেৰুৱাব লগা হৈছে।

অসমত এক দৰৱ নিয়ামক ব্যৱস্থা গঢ়ি তোলাৰ বাবে কেন্দ্ৰই পুঁজিখিনিত অনুমোদন জনাইছিল।

Apply Now

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ দুবেই কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ প্ৰশ্নৰ উত্তৰত শেহতীয়াকৈ লোক সভাত এই কথা সদৰী কৰিছে।

“অসম ৰাজ্যক ৪৯ কোটি টকাৰ এক সূচক পৰিমাণ আবণ্টন দিয়া হৈছিল। অসম চৰকাৰে ভাৰত চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ নকৰিলে, সেয়ে কোনো ধন মোকলাই দিয়া নহ’ল,” মন্ত্ৰীজনে কয়।

পুঁজিখিনি আছিল কেন্দ্ৰই গোটেই দেশত দৰৱ নিয়ামক ব্যৱস্থাটো সবল কৰাৰ বাবে লোৱা পদক্ষেপৰ অংশ।

“মুঠ ১৭৫০ কোটি টকা ব্যয়েৰে কেন্দ্ৰীয় আৰু ৰাজ্যসমূহৰ চৰকাৰৰ অধীনত দেশৰ দৰৱ নিয়ামক ব্যৱস্থাটো সবলীকৰণৰ এক প্ৰস্তাৱত চৰকাৰে অনুমোদন জনাইছে,” মন্ত্ৰীজনৰ উত্তৰত প্ৰকাশ।

আঁচনিখনত দুটা শিতান ৰখা হৈছে— ৯০০ কোটি টকা ব্যয়সাপেক্ষে কেন্দ্ৰীয় দৰৱ মানক নিয়ন্ত্ৰণ সংস্থা (CDSCO) আৰু ৮৫০ কোটি টকা ব্যয়েৰে ৰাজ্যিক দৰৱ নিয়ামক ব্যৱস্থাৰ সবলীকৰণ।

আঁচনিখনৰ অধীনত গুৱাহাটীৰ ৰেজিঅ’নেল ড্ৰাগছ টেষ্টিং লেবৰেটৰি (RTDL)ক ১৮.১৪ কোটি টকা নতুন লেব নিৰ্মাণৰ বাবে মোকলাই দিয়া হৈছে।

“উক্ত ধনৰাশিৰ ১৩.৩৪ কোটি টকা চি পি ডব্লিউ দিয়ে ইতিমধ্যে ব্যৱহাৰ কৰিছে,” ডুবেই কয়।

মন্ত্ৰীজনে লগতে জনায় যে গুৱাহাটীৰ পৰীক্ষাগাৰটোৰ বাবে মুঠ ১৭টা পদত অনুমোদন জনোৱা হৈছে আৰু ৪১গৰাকী চুক্তিভিত্তিক কৰ্মচাৰী যোগান ধৰা হৈছে।

পৰীক্ষাগাৰটোৰ কামৰ বৰ্ধিত বোজা মোকাবিলাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে, ডুবেই কয়।

অনুপ শৰ্মা

অনুপ শৰ্মা

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd