• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাইজ ওলাই আহক, “জয় আই অসম” ধ্বনিৰে কেব আদৰণি এ বি ভি পিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 7, 2019 8:51 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব বিধেয়কবিৰোধী প্ৰতিবাদে অসমত ব্যাপক ৰূপ লোৱাৰ মাজতে শাসক পক্ষৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে শনিবাৰে জনাইছে ওলোটা আহ্বান।

গুৱাহাটীত সমদল বাহিৰ কৰি সোঁপন্থী ছাত্ৰ সংগঠনটোৱে অসমৰ ৰাইজক বিধেয়কখনৰ সমৰ্থনত ওলাই আহিবলৈ আহ্বান জনাইছে।

Apply Now

“সকলো ৰাইজ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত ওলাই আহিব লাগে। আজি আমি ছাত্ৰ সমাজক আহ্বান জনাইছো বিধেয়কৰ সমৰ্থনত ওলাই আহিবলৈ যাতে বিধেয়কখন আহে,” সমৰ্থনটোৰ নেতৃত্ব দিয়া এ বি ভি পি গুৱাহাটীৰ এজন নেতাই কয়।

তেওঁৰমতে, বৰ্তমান অসমত চলি থকা “বাতাৱৰণ”টোৱে ৰাইজক বিধেয়কখন সন্দৰ্ভত কাৰ্য্যতঃ এক অশুদ্ধ বাৰ্তা দিছে। আৰু তেওঁলোকে ৰাইজক তেওঁলোকৰ বক্তব্য জনাব খোজে।

“আমি ৰাইজক এইটো অনুভৱ (বাৰ্তা?) দিয়াব বিচাৰো যে এইখন বিল কেৱল অসমৰ কাৰণে নহয়, সমগ্ৰ দেশৰ কাৰণে,” ছাত্ৰনেতাজনে কয়।

(অসমৰ প্ৰতিবাদী সংগঠনসমূহে অৱশ্যে বিধেয়কখন কেৱল অসমত প্ৰযোজ্য হ’ব বুলি আপত্তি কৰা নাই।

অসমত বিদেশীৰ “সমস্যা” ভাৰত ৰাষ্ট্ৰস্বীকৃত। ছবছৰীয়া বিদেশী বিতাড়ন আন্দোলনৰ পিছত স্বাক্ষৰিত অসম চুক্তিয়ে বিদেশী চিনাক্তকৰণৰ ভিত্তি তাৰিখৰূপে ১৯৭১ চনৰ ২৪ মাৰ্চক স্বীকাৰ কৰিছে।)

সংগঠনটোৰ বেনাৰত তেওঁলোক বিধেয়কখনৰ “নৈতিক সমৰ্থন”ত ওলাই অহা বুলি লিখা দেখা গৈছিল আৰু “জয় আই অসম” ধ্বনিৰে ৰাইজৰ সমৰ্থন আহ্বান কৰিছিল।

এ বি ভি পি, সংঘ পৰিয়ালে ভাৰতক পৃথিৱীৰ সকলো হিন্দুৰ স্ব-ভূমি বুলি নীতিগতভাৱে মানে আৰু হিন্দু তেওঁলোকৰ বাবে “বিদেশী” নহয়।

নাগৰিকত্ব বিধেয়ক ২০১৬ই ভাৰতৰ চুবুৰীয়া পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ অমুছলমান ধৰ্মীয় সংখ্যালঘু (হিন্দু, বৌদ্ধ, জেন, পাৰ্ছি, শিখ আৰু খ্ৰীষ্টান)ৰ ভাৰতীয়কৰণৰ চৰ্ত শিথিল কৰিব খুজিছিল।

কিন্তু, অসমৰ প্ৰতিবাদীৰ প্ৰধান আশংকা বিধেয়কে ভাৰতত থকা অবৈধ “হিন্দু বাংলাদেশী”ক নাগৰিকত্ব প্ৰদান কৰিব। বাংলাদেশৰ সংখ্যালঘুসকলকো প্ৰব্ৰজনৰ বাবে প্ৰৰোচিত কৰিব আৰু বিদেশী “সমস্যা”ত আক্ৰান্ত অসমৰ খিলঞ্জীয়া সংকটত পৰিব।

সংগঠনটোৱে অসমৰ ৰাইজক বিধেয়কৰ সমৰ্থনত ওলাই আহিবলৈ আহ্বান জনালেও দেখা গৈছে তেওঁলোকৰ সদস্যসকল বিষয়টো সন্দৰ্ভত ৱাকিবহাল নহয়।

সমদলকাৰী শিক্ষাৰ্থীসকলৰ সৈতে কথা-বতৰাত দেখা গৈছে তেওঁলোকৰ বিধেয়কখন সন্দৰ্ভত বিভ্ৰান্তিকৰ ধাৰণা আছে।

সবিশেষ জানিবলৈ ভিডিঅ’টো চাওক–

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

September 20, 2026 5:23 pm
এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ চমক! দলীয় শাখাৰ পাছত এইবাৰ ব্যক্তিগত শাখাতো ৰূপ জিনিলে ইলাভেনিলে

এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ চমক! দলীয় শাখাৰ পাছত এইবাৰ ব্যক্তিগত শাখাতো ৰূপ জিনিলে ইলাভেনিলে

September 20, 2026 4:16 pm
ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

September 20, 2026 3:17 pm
নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

September 20, 2026 2:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

September 20, 2026 5:23 pm
এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ চমক! দলীয় শাখাৰ পাছত এইবাৰ ব্যক্তিগত শাখাতো ৰূপ জিনিলে ইলাভেনিলে

এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ চমক! দলীয় শাখাৰ পাছত এইবাৰ ব্যক্তিগত শাখাতো ৰূপ জিনিলে ইলাভেনিলে

September 20, 2026 4:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd