• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়াৰ প্ৰতিবাদক উপেক্ষা কৰি লোকসভাত গৃহীত নাগৰিকত্ব সংশোধনী বিধেয়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 10, 2019 7:12 am
Lok-Sabha-1140x570

ফটো সৌজন্য: জী নিউজ ইণ্ডিয়া ডটকম

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমবাসীৰ তীব্ৰ প্ৰতিবাদ তথা বিৰোধিতাক উপেক্ষা কৰি সোমবাৰে মাজনিশা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯’ লোকসভাত গৃহীত হ’ল।

বিধেয়কখনৰ সপক্ষে ৩১১টা ভোট পৰাৰ বিপৰীতে বিপক্ষে ৮০টা ভোট পৰে।

Apply Now

লোকসভাত বিধেয়কখন উত্থাপন হোৱাৰ সময়ত বিৰোধীয়ে হুলস্থুল লগোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বিভিন্ন প্ৰশ্ন ৰাখে।

গৃহ মন্ত্ৰী অমিত শ্বাহে সদনত বিৰোধীৰ সমালোচনা তথা প্ৰশ্নৰ উত্তৰ দিয়ে। বিধেয়কখন গৃহীত হোৱাৰ পাছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহ মন্ত্ৰী অমিত শ্বাহক প্ৰশংসা কৰে। বিধেয়কখন বুধবাৰে ৰাজ্যসভাতউত্থাপন কৰা হ’ব।

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সন্দৰ্ভত হোৱা বিতৰ্কৰ মাজত অমিত শ্বাহে কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে।

তেওঁ কয় যে যদি কংগ্ৰেছে দেশৰ বিভাজন নকৰিলেহেঁতেন তেতিয়াহ’লে এই বিধেয়কখন আনিবলগীয়া নহ’লহেঁতেন। লোকসভাত শ্বাহে কয় যে দেশত বিভ্ৰান্তিৰ সৃষ্টি হোৱাটো আমি নিবিচাৰো।

শ্বাহে কয় যে কোনোধৰণে বিধেয়কখন সংবিধান বিৰোধী নহয়। নাইবা ই অনুচ্ছেদ ১৪ৰ উলংঘাও কৰা নাই। ধৰ্মৰ আধাৰতে দেশ বিভাজন হৈছিল, সেয়া নোহোৱা হ’লে ভাল আছিল। ইয়াৰ বাবেই এই বিধেয়কখন অনাটো জৰুৰী হৈ পৰিছিল।

অমিত শ্বাহে লগতে কয় যে ১৯৪৭ চনত পাকিস্তানত ২৩ শতাংশ হিন্দু আছিল যিটো ২০১১চনত মাত্ৰ ৩.৪শতাংশ হৈছে।

‘’চুবুৰীয়া দেশত সংখ্যালঘুৰ ওপৰত হোৱা নিৰ্যাতনলৈ লক্ষ্য ৰাখি ভাৰত নিৰৱ দৰ্শক হৈ থাকিব নোৱাৰে। ইপিনে সংখ্যালঘুৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াত হিন্দুৰ জনসংখ্যাৰ হাৰ হ্ৰাস পোৱাৰ বিপৰীতে মুছলমানৰ জনসংখ্যাৰ হাৰ বৃদ্ধি পাইছে। চুবুৰীয়া দেশত সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰত ভাৰত নিৰৱে থাকিব নোৱাৰে,’’-শ্বাহে কয়।

ইপিনে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিবাদ অব্যাহত আছে।

মঙলবাৰে আছু তথা উত্তৰ-পূব ছাত্ৰ সন্থাই ১১ঘন্টীয়া বন্ধৰ আহ্বান দিছে। লোকসভাত বিধেয়কখন গৃহীত হোৱাৰ পাছত এইবাৰ ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰাৰ বাবে বিজেপি চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd