• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত ২৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অসম মাষ্টাৰ্চ এথলেটিকছ প্ৰতিযোগিতা

উত্তম শইকীয়া by উত্তম শইকীয়া
December 10, 2019 8:32 am
IMG_20191209_150844

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ ৰাজহুৱা খেল পথাৰত অহা ২৭ , ২৮ ,২৯ আৰু ৩০ ডিচেম্বৰ তাৰিখে চাৰিদিনীয়া কাৰ্যসুচীৰে ২৮ সংখ্যক অসম মাষ্টাৰ্চ এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

বোকাখাত জিলা মাষ্টাৰ্চ এথলেটিকছ সন্থাৰ বিশেষ উদ্যোগত অনুষ্ঠিত হ’ব লগা এই প্ৰতিযোগিতাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আয়োজক সমিতিয়ে। সোমবাৰে বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত আয়োজিত এক সংবাদ মেলত এই কথা অৱগত কৰে আয়োজক সমিতিৰ সাধাৰণ সম্পাদক সুবোধ বৰাই।

Apply Now

প্ৰতিযোগিতাত অসমৰ প্ৰায়বোৰ জিলাৰ পৰা মুঠ  ২০০০ পুৰুষ আৰু ৭৩০ গৰাকী মহিলা খেলুৱৈয়ে যোগদান নিশ্চত কৰিছে বুলি আয়োজক সমিতিয়ে জনায়।

ৰাজ্যৰ দুখন জিলা ক্ৰমে ধুবুৰী আৰু মাজুলীয়ে বিশেষ কাৰণ বশতঃ এই প্ৰতিযোগিতাত অংশ গ্ৰহন নকৰে বুলি সংবাদ মেলত সদৰি কৰে আয়োজক সমিতিয়ে।

২৭ ডিচেম্বৰত হ’ব লগা প্ৰতিযোগিতাৰ উন্মোচনী অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি প্ৰতিযোগিতাৰ উদ্বোধন কৰিব। এই অনুষ্ঠানতে বোকাখাতৰ দুজন প্ৰবীন খেলুৱৈ অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতুল ফুকন আৰু বেডমিন্টনৰ প্ৰাক্তন ৰাষ্ট্ৰীয় চেম্পিয়ন সুশান্ত বৰাক সম্বৰ্ধনা জনাব উদযাপন সমিতিয়ে।

এই প্ৰতিযোগিতাত বয়সৰ আধাৰত ২৩ টা বিভাগত মুঠ ২২ টা শাখাত খেল অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাত লখিমপুৰ জিলাৰ পৰা সৰ্বাধিক আৰু ওদালগুৰি জিলাৰ পৰা সৰ্বনিম্ন প্ৰতিযোগিয়ে অংশ গ্ৰহণ কৰিব।

গৃহ জিলা হিচাপে বোকাখাতৰ ৪৪ জন পুৰুষ আৰু ২২ গৰাকী মহিলা প্ৰতিযোগিয়ে অংশ গ্ৰহন কৰিব। ইফালে  প্ৰতিযোগিতাত ৯০ বছৰ ঊৰ্ধ্বৰ ৬ গৰাকী খেলুৱৈয়ে যোগদান নিশ্চত কৰিছে। ইয়াৰে এজন হ’ল বোকাখাতৰ বদুলীপাৰৰ উপেন বৰুৱা।

মুঠ ১০০ পৰিচালক আৰু স্বেচ্চাসেৱকৰ লগতে প্ৰায় ৩০০ কৰ্মকৰ্তাই প্ৰতিযোগিতাখন পৰিচালিত কৰিব। থকাৰ সু-ব্যৱস্থা কৰা হৈছে ৷

উদ্বোধনী অনুষ্ঠানত বোকাখাতৰ শিল্পী ৰত্নেশ্বৰ মৰাঙৰ পৰিচালনাত এটি সমবেত গীত আৰু প্ৰতিযোগীতাৰ লগত সংগতি ৰাখি নক্ষত্ৰ নামৰ এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হ’ব বুলি সংবাদমেলত অৱগত কৰে আয়োজক সমিতিয়ে।

প্ৰতিযোগিতাৰ বাবে প্ৰায় ২৮ লাখ টকাৰ এখন বাজেট প্ৰস্তুত কৰিছে আয়োজক সমিতিয়ে আৰু ইয়াৰে নুমলীগড় শোধনাগাৰে ৩ লাখ টকাৰ অনুদান দিয়াৰ প্ৰতিশ্ৰুতিও দিছে।

সংবাদ মেলত আয়োজক সমিতিৰ সাধাৰণ সম্পাদক সুবোধ বৰা, জিলা সন্থাৰ সভাপতি ৰেবকান্ত হাজৰিকা, সাধাৰণ সম্পাদক দ্বীপেন শইকীয়া আৰু উপদেষ্টা কেশৱ উপাধ্যায় উপস্থিত থাকে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd