• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

APW-ৰ সভাপতি অভিজিৎ শৰ্মা নিৰুদ্দেশ বুলি ফেইচবুক পোষ্ট; বিজেপিৰ দালাল আখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 10, 2019 5:14 pm
Abhijit Sarma Missing

এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মা নিৰুদ্দেশ বুলি ফেইচবুকত দিয়া কিছমান পোষ্টা আৰু কমেণ্টৰ সংগ্ৰহ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা, পৰেশ বৰুৱা, NRC আদি বিষয়ত সততে সংবাদমেল দি সৰৱ হৈ অহা এ পি ডব্লিউ নামৰ সংগঠনটোৰ সভাপতি অভিজিৎ শৰ্মা নিৰুদ্দেশ হোৱা বুলি ফেইচবুকত অনেক পোষ্ট দিয়া দেখা গৈছে।

বিশেষকৈ “কেব”-এ মাতি অনা জাতিৰ অস্তিত্বৰ সংকটৰ সময়ত ৰহস্যজনক নীৰৱতা অৱলম্বন কৰা বাবে ছ’চিয়েল মিডিয়াত নেতাজনক(?) ইতিকিং কৰিছে য়ুজাৰসকলে।

Apply Now

মন কৰিব লগীয়া যে নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসমীয়া ভাষা, সংস্কৃতি, সমাজলৈ সংকট অনাটো নিশ্চিত যদিও সততে সংবাদমেল দিয়া শৰ্মাই ইয়াৰ বিৰোধিতা কৰি এষাৰো মাত দিয়া নাই।

আনহাতে যোৱা দুই-তিনি দিন ধৰি অসমৰ পৰিস্থিতি অগ্নিময় যদিও অভিজিত শৰ্মাৰ ৰাজহুৱা আত্মপ্ৰকাশ ঘটা নাই, যাৰ বাবে বিভিন্নজনে তেওঁৰ স্থিতিক লৈ সন্দেহমূলক প্ৰশ্নৰ অৱতাৰণা কৰিছে। তেওঁৰ ৰহস্যজনক ভূমিকাত ক্ষুব্ধ কিছুমান লোকক ছ’চিয়েল মিডিয়াত মুকলিকৈ ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে, অতি অমাৰ্জিত ভাষাৰে।

“APW-ৰ সভাপতি অভিজিৎ শৰ্মা নিৰুদ্দেশ”, “এইজন ক’ত হেৰাল?” আদি শিৰোনামেৰে শৰ্মাৰ ফটোসহ অনেক পোষ্ট দেখা গৈছে ফেইচবুকত।

শৰ্মাৰ ফটোখন দি এজনে কৈছে, “এই ব্যক্তিজন নিৰুদ্দেশ বুলি খবৰ ওলাইছে”।

এই পোষ্টবোৰত বেছিভাগ মন্তব্যকাৰীয়েই শৰ্মাক অতি বেয়াকৈ ককৰ্থনা কৰিছে। কেবক লৈ ক্ষুভিত হৈ থকা য়ুজাৰসকলক প্ৰায়ে শালীনতাৰ সীমা চেৰাই অশ্লীল শব্দ প্ৰয়োগ কৰা দেখা গৈছে।

“ই এটা দালাল”, “বিজেপিৰ এজেণ্ট”, “বিজেপিৰ দালাল”, “বিজেপিৰ চুৱা চেলেকা”, “বাংলাদেশীৰ দালাল”, আদি প্ৰায়বোৰ কমেণ্টৰ শব্দই ভদ্ৰতাৰ সীমাডাল হেৰাই গৈছে।

এজনৰ মন্তব্য, “ই এটা দালাল। এইটো এটা সংগঠন নহয়, তাৰ ব্যক্তিগত কোম্পানি।”

“ই মাল খাই পৰি আছে”, আন এজনৰ মন্তব্য।

আন এজনৰ মন্তব্য, “ই হাজেলাক বিচাৰি গৈছে”।

“ই এটা দালাল, চান্দা মাষ্টাৰ”, এজনে নিজৰ মন্তব্যত কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd