• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ বিপণন কৌশল কংগ্ৰেছৰ বাবে ‘সাময়িক ব্যৰ্থতা’ৰ কাৰণ হ’ব পাৰে: তৰুণ গগৈ

পিনাকি দাস by পিনাকি দাস
February 8, 2018 6:04 pm
gogoi-2-570x320

তৰণ গগৈ: ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰচাৰ, বিপণন আৰু পেকেজিহে কংগ্ৰেছৰ বাবে সাময়িক ব্যৰ্থতা সৃষ্টি কৰিব পাৰে। যদিও জনসাধাৰণ মোডীৰ চমকত আকৃষ্ট হৈছিল, এতিয়া তেওঁলোকে বিজেপিৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিব পাৰিছে। বুধবাৰে তেওঁ আগৰতলাত এখন সংবাদ মেলত সম্বোধন কৰিছে।

তৰুণ গগৈয়ে কয় যে ব্যৰ্থতা মাত্ৰ সাময়িকহে আৰু আনকি ইন্দিৰা গান্ধীয়েও নিৰ্বাচনত পৰাজিত হৈছিল যদিও পুনৰ উত্থান হৈছিল।

Apply Now

গগৈয়ে কয়, ‘’ মোডীৰ বিপণন কৌশলে কংগ্ৰেছৰ বাবে সাময়িক ব্যৰ্থতাৰ সৃষ্টি কৰিছে। তেওঁলোকে যিদৰে ‘মাৰ্কেটিং’ কৰিছে সেয়া মানুহে পান মচলা কিনাৰ দৰে মাত্ৰ সকলোৱে কিনিব বিচাৰিছে।‘’

গগৈৰ মতে কেন্দ্ৰ আৰু ৰাজ্যসমূহত থকা বিজেপিৰ চৰকাৰে মানুহক কেৱল প্ৰেচিত কৰিবলৈ প্ৰচাৰহে চলাইছে আৰু ইয়াৰ কোনো এটা প্ৰতিশ্ৰুতিয়েই পূৰণ কৰাত ব্যৰ্থ হৈছে।

তেওঁ কয় যে বিজেপি হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক দল।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সম্পৰ্কিত কেইটামান সমস্যাৰ কথা উল্লেখ কৰি গগৈয়ে কয়, ‘’কেৱল ডিমা হাচাওৰ পৰিস্থিতিয়েই নহয় লগতে গোটেই অসমতে  আইন-শৃংখলাৰ সমস্যাৰ সৃষ্টি হৈছে আৰু বিশেষকৈ নাগালেণ্ড সীমান্ত অঞ্চলৰ অৱস্থাৰ অধিক অৱনতি ঘটিছে। কেন্দ্ৰীয় চৰকাৰে নাগা চুক্তি ৰাজহুৱা নকৰাৰ বাবে উত্তেজনা বৃদ্ধি পাইছে। তেওঁলোকে যিমানেই ইয়াক লুকুৱাব বিচাৰিছে সিমানেই সন্দেহ আৰু উত্তেজনা বৃদ্ধি পাইছে আৰি ই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছে। নাগালিমৰ দাবী সম্পৰ্কত কেন্দ্ৰই প্ৰকাশ নকৰাৰ বাবেই সংশয়ৰ সৃষ্টি হৈছে।‘’

তেওঁ অভিযোগ কৰে যে বিজেপিয়ে জনসাধাৰণৰ মাজত বিভাজন আনি শাসনলৈ আহিছিল আৰু ত্ৰিপুৰাটো তেওঁলোকে জনজাতিৰ বাবে সুকীয়া ৰাজ্যৰ প্ৰতিশ্ৰুতি দি একেই কৌশল অৱলম্বন কৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিজেপি আৰু চিপিআই-এম দুয়োটা দলেই নাটক কৰাত দক্ষ।

তেওঁৰ মতে বিজেপিয়ে মাত্ৰ ইউপিএ চৰকাৰে অঞ্চলটোৰ বাবে আৰম্ভ কৰা বিভিন্ন আঁচনিসমূহৰ নাম সলনি কৰিছে কিন্তু প্ৰকৃততে নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেন্ট প্ৰম’চন পলিচিৰ প্ৰসাৰ কৰ্তন কৰি বৃহৎ ক্ষতি কৰিছে।

অৱশ্যে, গগৈয়ে আশা কৰে যে কংগ্ৰেছ নিশ্চিতভাৱে পুনৰ উজ্জীৱিত হ’ব আৰু শীঘ্ৰেই শাসনলৈ ঘুৰি আহিব।

পিনাকি দাস

পিনাকি দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd