• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্বক ১০ হাজাৰ লোকৰ আক্ৰমণ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2019 6:34 pm
Himanta-Biswa Attacked
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“কেব” ৰাজ্যসভাতো গৃহীত হোৱাৰ পিছ মুহূৰ্ততে অমিত শ্বাহ আৰু মোদীক এই বিতৰ্কিত বিধেয়কখনৰ বাবে অভিনন্দন জনোৱা মন্ত্ৰী হিমন্তক অতি অশালীন ভাষাৰে আক্ৰমণ কৰিছে ছ’চিয়েল মিডিয়াত।

হিমন্তই প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীক অভিনন্দন জনাই ১১ ডিচেম্বৰত দিয়া পোষ্টটোত ১০ হাজাৰোধিক লোকে কমেণ্ট কৰি “কুকুৰে নোখোৱাকৈ” গালি পাৰিছে।

Apply Now

যিকোনো ভদ্ৰ লোকৰ বাবে চৰম লজ্জাবোধ জগাব পৰা ধৰণৰ অশোভনীয় শব্দ প্ৰয়োগ কৰিছে মন্তব্যকাৰীসকলে।

ৰাজ্যৰ এজন জ্যেষ্ঠ মন্ত্ৰীৰ প্ৰতি “জহৰা”, “নপুংসক”, “চুৱা চেলেকা”, “কুকুৰ” আদি অতি অশ্লীল, অসংসদীয় শব্দৰ প্ৰয়োগ কৰিছে প্ৰায়বোৰেই।

কিছুমানে “নিপাত যা”, “সোনকালে মৰিবি” আদি অভিশাপৰ বাণীও কমেণ্টৰ ৰূপত দিয়া দেখা গৈছে।

এজনে কৈছে, “আজিৰ পৰা অসমীয়া ভাষাত একো কথা নকব, একো নিলিখিব। আপুনি যোগ্যতা হেৰুৱাই পেলাইছে। নিজৰ ভাষাটোক বিপদত পেলাই কি বন্য সুখ পাইছে হে? আপোনাৰ ফটো দেখিলে ঘৃণা লগা হৈছে”।

“তই চাকৰ, চাকৰেই হৈ থাকিলি ৷ এদিন হিতেশ্বৰ শইকীয়াৰ চাকৰ আছিলি ৷ এতিয়া মোডীৰ ৷ জাঙিয়া কেইটা চেলেকি আহিবিগৈ সিহঁতৰ”, ক্ষুভিত এজনৰ মন্তব্য।

আন এজনে নিজকে এনেকুৱা নেতা পোৱাটো নিজৰ দুৰ্ভাগ্য বুলি আক্ষেপ কৰি কৈছে, “We r unlucky. Perhaps we did some sins. That’s why we get u as a leader”.

মন্তব্যৰ উপৰি, ৰাজনৈতিক উদ্দেশ্যত বিভিন্ন সময়ত কৰি অহা মন্ত্ৰীজনৰ বিতৰ্কিত মন্তব্যবোৰৰ পেপাৰ কাটিংবোৰো কমেণ্টৰ ৰূপত মন্ত্ৰীজনক সোঁৱৰাই দিছে, য’ত আছে- “মোদীৰ গুজৰাটত পানীৰ পাইপেৰে মুছলমানৰ তেজ বয়” আদি।

তাৰোপৰি আছে, মন্ত্ৰীজনক বিদ্ৰূপ কৰি অঁকা বিভিন্ন ব্যংগচিত্ৰ, তেওঁক মহিলাৰ ৰূপত উপস্থাপনৰ ছবি। লগতে আছে কংগ্ৰেছৰ দিনত মূৰত “স্কাল কেপ” (মুছলমানসকলে পিন্ধা) পিন্ধি এটা অনুষ্ঠানত উপস্থিত থকাৰ ছবি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd