• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি বিয়লি ৩ বজাৰ পৰা ম’বাইল ইণ্টাৰনেট সেৱা “বন্ধ প্ৰত্যাহাৰ” কৰিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ ফলত উপাৰ্জনকে ধৰি মানৱীয় সেৱাবোৰ ক্ষতিগ্ৰস্ত হৈ আছে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2019 2:13 pm
275 more Chinese apps including PubG on India's radar

ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত আজি বিয়লি ৩ বজাৰ ভিতৰত ম’বাইল ইণ্টাৰনেট সেৱাত “বন্ধ আৰোপ” প্ৰত্যাহাৰ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে ৰাজ্য চৰকাৰক।

ৰাজ্য চৰকাৰে আইন-শৃংখলাৰ দোহাই দি যোৱা এক সপ্তাহে ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ ৰাখিছে, যাৰ ফলত উপাৰ্জনকে ধৰি অন্যান্য মানৱীয় সেৱাবোৰ ক্ষতিগ্ৰস্ত হৈছে।

ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখাটো নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব বুলি অভিযোগ কৰি ন্যায়ালয়খনত লুইত কুমাৰ বৰ্মন নামৰ এজন লোকে আৱেদন দাখিল কৰিছিল।

নাগৰিকত্ব (সংশোধন) আইনখনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদে তীব্ৰ ৰূপ লোৱাৰ পিছতে ১১ ডিচেম্বৰত চৰকাৰে ৰাজ্যখনৰ প্ৰায়বোৰ জিলাত ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ কৰিছিল আৰু সেয়া অহা ১৮ ডিচেম্বৰলৈকে অব্যাহত থকাৰ কথা আছিল।

ছ’চিয়েল মিডিয়া যোগে প্ৰতিবাদকাৰীসকল অধিক সংঘবদ্ধ হোৱা আৰু হিংসা বিয়পাৰ শংকা কৰি চৰকাৰে ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ কৰা বুলি জানিবলৈ দিছিল।

আজি উবেৰ আৰু উলা টেক্সি সেৱাৰ ড্ৰাইভাৰসকলেও ম’বাইল ইণ্টাৰনেট সেৱা শীঘ্ৰেই পুনৰ মুকলি কৰিবলৈ চৰকাৰক দাবী জনাইছে আৰু অন্যথা প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ আহিব বুলি হুংকাৰ দিছে।

ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ হৈ থকাত উপাৰ্জনৰ লগতে ইণ্টাৰনেট বেংকিং, চিকিৎসালয়ত থকা ৰোগী বা আত্মীয়ৰ সৈতে যোগাযোগ, ৰে’ল, গাড়ীৰ টিকট বুক কৰাকে ধৰি বিভিন্ন অসুবিধাই দেখা দিছে।

উল্লেখ কৰিব পাৰি যে জম্মু আৰু কাশ্মীৰত যোৱা ৪ মাহতকৈ অধিক সময় ধৰি ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখা হৈছে। প্ৰদেশখনৰ পৰা ৩৭০ অনুচ্ছেদৰ বিশেষ ব্যৱস্থা প্ৰত্যাহাৰ কৰা আৰু প্ৰদেশখনক দুটা স্বায়ত্তশাসিত অঞ্চলত ভাগ কৰাৰ পিছৰ পৰাই পৰিস্থিতি নিয়ন্ত্ৰণৰ নামত ইণ্টাৰনেট সেৱা বন্ধ ৰাখিছে কেন্দ্ৰীয় চৰকাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

September 19, 2025 11:26 am
অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

September 19, 2025 10:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd