• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CAA বিৰোধী প্ৰতিবাদৰ মাজতে দিল্লীত ভূমিকম্পৰ জোকাৰণি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2019 5:47 pm
Earthquake

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন দিল্লীত নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি আবেলি এটা মধ্যমীয়া প্ৰাবল্যৰ ভূমিকম্পই দিল্লী-এন চি আৰ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলসমূহক জোকাৰি যায়।

আফগানিস্তান উৎপত্তি স্থল বুলি চিনাক্ত হোৱা ৰিখটাৰ স্কেলত ৬.৩ প্ৰাবল্যৰ ভূমিকম্পই কিছুসময়ৰ বাবে ৰাজধানী দিল্লীত জোকাৰণি তোলে।

Apply Now

আবেলি ৫ বজাত ভূমিকম্পটোৰ জোকাৰণি অনুভৱ হয়।

আফগানিস্তানৰ লগতে ভূমিকম্পটোৰ জোকাৰণি পাকিস্তান, ভাৰত আৰু ৰাছিয়াৰ কিছু অংশত অনুভূত হয়।

আফগানিস্তানত ভূমিকম্পৰ ফলত কিছু পৰিমানে ৰাজহুৱা আৰু ব্যক্তিগত সা-সম্পত্তিৰ ক্ষতিসাধন হৈছে।

ভূমিকম্পটোৰ পাছতে দিল্লী-এন চি আৰৰ বিভিন্ন স্থানত ৰাইজ ঘৰৰ বাহিৰলৈ ওলাই আহে।

আনহাতে, ভূমিকম্পটোৰ ফলত দিল্লীত ক্ষয়-ক্ষতি হোৱাৰ কোনোধৰণৰ বাতৰি বৰ্তমানলৈ লাভ কৰা হোৱা নায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

September 21, 2026 6:40 pm
৬০ কেজিতকৈ অধিক গাঞ্জা লৈ অসম পৰা বিহাৰলৈ দুই কিশোৰ!

৬০ কেজিতকৈ অধিক গাঞ্জা লৈ অসম পৰা বিহাৰলৈ দুই কিশোৰ!

September 21, 2026 6:23 pm
আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

September 21, 2026 5:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

September 21, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd