• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৃহ মন্ত্ৰ্যালয়ৰ ঘোষণা; নাগৰিকত্ব প্ৰমাণৰ বাবে নালাগে পূৰ্বপুৰুষৰ কোনো পৰিচয় পত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2019 9:21 am
IMG-20191211-WA0004-1140x570

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গুৱাহাটীত প্ৰতিবাদ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে অসমৰ জনসাধাৰণক আকৌ এবাৰ বিপদৰ মুখলৈ ঠেলি দি ঘোষণা কৰিলে নাগৰিকত্ব সম্পৰ্কীয় আন এক নীতি।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি চলি থকা প্ৰবল প্ৰতিবাদৰ মাজতে গৃহ মন্ত্ৰ্যালয়ে ঘোষণা কৰিছে যে নাগৰিকত্ব প্ৰমাণৰ বাবে পিতৃ-মাতৃৰ কোনো পৰিচয় পত্ৰ নালাগে।

Apply Now

আনকি অঞ্চল সাপেক্ষে স্থানীয় লোকৰ ভাষ্যকে প্ৰমাণ হিচাপে ধৰা হ’ব। তদুপৰি, আধাৰ কাৰ্ডক মান্যতা দিয়া হ’ব বুলিও কোৱা হৈছে।

শুকুৰবাৰে গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা টুইট কৰি কোৱা হৈছে যে নাগৰিকত্ব প্ৰমাণৰ বাবে ১৯৭১ চনৰ পূৰ্বৰ কোনো নথি দাখিলৰ প্ৰয়োজন নাই।

#Citizenship of India may be proved by giving any document relating to date of birth or place of birth or both. Such a list is likely to include a lot of common documents to ensure that no Indian citizen is unduly harassed or put to inconvenience.#CAA2019

10/n

— Spokesperson, Ministry of Home Affairs (@PIBHomeAffairs) December 20, 2019

কোনোৱে তেওঁৰ পিতৃ-মাতৃৰ বা তেওঁলোকৰ পূৰ্ব পুৰুষৰ পৰিচয় পত্ৰ অথবা জন্মৰ প্ৰমাণ পত্ৰ দিব নালাগে। এইক্ষেত্ৰত নিজৰ পৰিচয় পত্ৰই যথেষ্ট হ’ব। লগতে আধাৰ কাৰ্ডকো নাগৰিকত্ব প্ৰমাণৰ নথিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

নিৰক্ষৰ ব্যক্তিৰ বাবে গৃহ মন্ত্ৰালয়ে ৰেহাই দি কৈছে যে তেওঁলোকে কোনো লিখিত নথি দিয়াৰ প্ৰয়োজন নহ’ব।

এই ক্ষেত্ৰত তেওঁলোকৰ হাতত কোনো নথি নাথাকিলে স্থানীয় লোকৰ জৰিয়তে তেওঁলোকৰ নাগৰিকত্ব নিশ্চিত কৰা হ’ব।

গৃহ মন্ত্ৰ্যালয়ে স্পষ্ট কৰিছে যে জন্মৰ তাৰিখ, স্থান বা এই দুটাৰ যিকোনো এটা নথি থাকিলেই নাগৰিকত্ব প্ৰমাণ কৰা যাব।

Illiterate citizens, who may not have any documents, authorities may allow them to produce witnesses or local proofs supported by members of community. A well laid out procedure will be followed.#CAA2019

12/n

— Spokesperson, Ministry of Home Affairs (@PIBHomeAffairs) December 20, 2019

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ পথ দেখুওৱা অসমৰ বাবে এয়া আন এক বেয়া খবৰ। দেশৰ আন অঞ্চলৰ বাবে এনে নীতিৰ প্ৰভাৱ নপৰিলেও অসমত ইয়াৰ ভয়ংকৰ প্ৰভাৱ পৰা সম্ভাৱনা আছে।

অসমত সম্পূৰ্ণ হৈ উঠা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বাদ পৰা ১৯ লাখ বিদেশীৰ সৰহ সংখ্যকে এই নীতিৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভৰ পথ প্ৰশস্ত হ’ব।

কা অনুসৰি নাগৰিকত্ব দিব খোজা হিন্দু বাংলাদেশীৰ বাবে এতিয়া কোনো বাধাই নাথাকিব। কেবল সেয়াই নহয়, অসম চুক্তি, অসমীয়াৰ ৰক্ষা কৱচ তথা খিলঞ্জীয়াৰ ৰক্ষণাবেক্ষনৰ দৰে প্ৰতিশ্ৰুতিবোৰ যে ফুটুকাৰ ফেন হৈ পৰিব সেয়াও নিশ্চিত হ’ল।

ৰাজপথত আন্দোলনত ব্যস্ত থকাৰ মাজতে দিল্লীৰ এই ষড়যন্ত্ৰমূলক নীতিক ভেটিব পৰা হ’বনে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd