• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাইজে বিচাৰিলে পদত্যাগ কৰিবলৈ সাজু বিজেপি বিধায়ক পদ্ম হাজৰিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2019 7:52 am
Collective farming: Sootea MLA Padma Hazarika shows way to unemployed youths

পদ্ম হাজৰিকাৰ ফাইল ফটো। ফটো ,সৌজন্য: প্ৰতিদিন টাইম

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ জনসাধাৰণে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে বিজেপি নেতা তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয় যে সমষ্টিৰ ৰাইজে বিচাৰিলে তেওঁ পদত্যাগ কৰিবলৈ সাজু।

আছু আৰু অগপৰ এগৰাকী প্ৰাক্তন নেতা পদ্ম হাজৰিকাই ২০১৫চনৰ অক্টোবৰত বিজেপিত যোগদান কৰে।

Apply Now

বিগত ২০১৬’ৰ বিধানসভাৰ নিৰ্বাচনত হাজৰিকাই বিজেপি প্ৰাৰ্থী হিচাপে চতিয়া সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয়।

হাজৰিকাই প্ৰথম ১৯৯৬চনত আৰু তাৰপাছত ২০০৬ আৰু ২০১১চনত চতিয়াৰ পৰা অগপ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল।

বিজেপিত যোগদান কৰাৰ সময়ত তেওঁ কৈছিল যে সমষ্টিবাসী তেওঁৰ সমৰ্থকৰ ইচ্ছা অনুসৰিয়েই তেওং বিজেপিত যোগদান কৰিছে।

If people of my constituency unitedly say that I should resign,I will immediately resign.On Dec 6,I have myself got 500 houses of suspected illegal Bangladeshis evicted on my own initiative and chased them away. Is that an anti-community work I have done? @narendramodi @AmitShah

— Padma Hazarika (@padma_hazarika) December 21, 2019

বাতৰি অনুসৰি, কা বিৰোধী প্ৰতিবাদকাৰীসকলে তেওঁৰ চতিয়াৰ বাসগৃহৰ সন্মুখতো প্ৰতিবাদ সাৱ্যস্ত কৰিছিল।

হাজৰিকাই টুইত কৰি কৈছে: ‘’যদি মোৰ সমষ্টিৰ ৰাইজে একমুখে কয় যে মই পদত্যাগ কৰা উচিত, মই ততালিকে পদত্যাগ কৰিম।‘’

১৯৭৯চনৰ পৰা ১৯৮৫চনলৈকে বাংলাদেশৰ পৰা অহা অবৈধ বিদেশী চিনাক্তকৰণ আৰু বিতাড়নৰ বাবে হোৱা ছয় বছৰীয়া অসম আন্দোলনৰ নেতা বৰ্তমানৰ বিজেপি বিধায়কগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থন কৰা বাবে সমালোচিত হৈছে।

অৱশ্যে নিজৰ পক্ষত মন্তব্য দাঙি ধৰি হাজৰিকাই টুইট কৰিছে: ‘’ ৬ ডিচেম্বৰত, মই নিজেই ৫০০ ঘৰ সন্দেহযুক্ত অবৈধ বাংলাদেশীক মোৰ নিজৰ তত্বাৱধানত উচ্ছেদ কৰি খেদি পঠাইছিলো। সেয়া মই জাতি-বিৰোধী কাম কৰিলো নেকি?’’

আন এটা টুইটত হাজৰিকাই কয় যে তেওঁলোকে  নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায় গ্ৰহণ কৰিব।

উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দাখিল কৰা আবেদনসমূহৰ শুনানি অহা জানুৱাৰিৰ মাজভাগত গ্ৰহণ কৰিব।

‘’ নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত আদালতে যিয়েই কয় সেয়া আমি গ্ৰহণ কৰিম,’’-হাজৰিকাই কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd