• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত পিক আপ ভানৰে সৈতে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

উত্তম শইকীয়া by উত্তম শইকীয়া
December 25, 2019 6:17 pm
298
VIEWS
Share on FacebookShare on Twitter

বোকাখাত আৰক্ষীয়ে আজি এক অভিযান চলাই বোকাখাতৰ মণ্ডল গাঁৱৰ এটা ঘৰৰ পৰা চোৰাং কাঠৰ সৈতে দুখন পিক আপ ভান জব্দ কৰে।

এক গোপন সূত্ৰৰ ভিত্তিত বোকাখাতৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তৰ নেতৃত্ব যোৱা এক অভিযানকাৰী দলে মণ্ডল গাঁৱৰ ৰিংকু দত্তৰ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ জব্দ কৰে। চোৰাং কাঠৰ লগতে কাঠ বোজাই থকা এ এছ ০৩ বি চি ৫৮৮৮ আৰু এ এছ ০৩ বি চি ৮৭৩৭ নম্বৰৰ দুখন পিক আপ ভানো জব্দ কৰে।

বৃহৎ পৰিমাণৰ এই কাঠসমূহ নিশাৰ ভাগত কাৰ্বি আংলং জিলাৰ বনাঞ্চলৰ পৰা ৰিংকু দত্তৰ বাসগৃহলৈ অনা হৈছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। ৰিংকু দত্তৰ ঘৰত গাড়ীদুখনৰ পৰা কাঠ নমাওঁতেই আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তই হাতে-লোটে জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠখিনি।

গাড়ীত মজুত থকা কাঠৰ উপৰিও অভিযানকাৰী দলে ৰিংকু দত্তৰ বাসগৃহৰ চৌহদৰ পৰা পূৰ্বৰে পৰা মজুত কৰি থোৱা বৃহৎ পৰিমাণৰ অবৈধ কাঠো জব্দ কৰে।

পাছত গাড়ীৰে সৈতে জব্দ কৰা অবৈধ কাঠ পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাত ৰেঞ্জৰ বনাঞ্চলিক বিষয়াৰ হাতত অৰ্পণ কৰে। বনাঞ্চলিক বিষয়াই জব্দ কৰা কাঠ আৰু গাড়ী দুখনৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ আনি ঘটনাৰ সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে কাৰ্বি আংলং জিলাৰ বিভিন্ন বনাঞ্চলত চলি থকা অবৈধ বন ধ্বংসৰ বাবে নিয়মিত ভাৱে বহু চোৰাং কাঠ বোকাখাতলৈ আহে।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd