• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৯ বছৰত ৬৯টা শতক অৰ্জন কৰা কোহলীক দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ আখ্যা এখন শীৰ্ষ মেগাজিনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2019 8:46 am
Virat Kohli

বিৰাট কোহলী। ছবি-ইণ্টাৰনেটৰ

329
VIEWS
Share on FacebookShare on Twitter

বিগত কিছু বছৰ ধৰি ক্ৰিকেটৰ তিনিওটা সংস্কৰণতে কেইবাটাও ৰেকৰ্ড গঢ়া ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীক জনপ্ৰিয় মেগাজিন ‘দ্যা ক্ৰিকেটাৰ’ এ দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে ঘোষণা কৰিছে।

বিৰাট কোহলীৰ উপৰি এই তালিকাত ভাৰতীয় ক্ৰিকেটৰ কেইবাগৰীকও তাৰকাই স্থান লাভ কৰিছে। ইয়াৰ ভিতৰত স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন (১৪), এদিনীয়া ক্ৰিকেটত তিনিটা দ্বিশতক অৰ্জন কৰা ৰোহিত শৰ্মা (১৫), প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী (৩৫), ৰবিন্দ্ৰ জাদেজা (৩৬) আৰু ৪০ নম্বৰত আছে মহিলা ক্ৰিকেটাৰ মিতালী ৰাজ।

মেগাজিনখনত কোহলীৰ বিষয়ে লিখিছ, ‘দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বাবে সৰ্বসন্মতিক্ৰমে ভাৰতীয় ক্ৰিকেটৰ অধিনায়কক নিৰ্বাচিত কৰা হৈছিল। কোহলীয়ে এইটো দশকত সৰ্বাধিক ২০,৯৬০ ৰান বনাইছে’।

বিৰাট কোহলীৰ পিছতেই সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেন হ’ল দক্ষিণ আফ্ৰিকাৰ হাছিম আমলা। কিন্তু হাছিম আমলাই বিৰাট কোহলীতকৈ ৫ হাজাৰ ৰান কম কৰিছে।

ইফালে এই দশকটোতে ‘ক্ৰিকেটৰ ভগৱান’ শচীন টেণ্ডুলকাৰে এশটা শতক অৰ্জনেৰে ইতিহাস গঢ়িছিল।

এই সন্দৰ্ভত মেগাজিনখনত কোৱা হয়, ‘২০১৩ চনত এশটা শতক অৰ্জনৰ ইতিহাস গঢ়ি অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ এই ৰেকৰ্ডৰ ওচৰত কোনেও যাব নোৱাৰিব বুলি ধাৰণা কৰিছিল যদিও ইতিমধ্যে কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭০টা শতক অৰ্জন কৰিলে’।

উল্লেখ্য যে কোহলীৰ ৭০টা শতকৰ ৬৯টা শতকেই ২০১০ৰ পৰা ২০১৯ৰ ভিতৰত অৰ্জন কৰা।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd