• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অজয় দেবগণে কিয় ছবি নিষিদ্ধ কৰাৰ প্ৰসংগ আনিলে?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2019 8:19 pm
ajay_devgn_1577366539

বলীউদৰ মেগাষ্টাৰ অজয় দেবগণ।

868
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ মেগাষ্টাৰ অজয় দেবগণৰ ছবি “তানাজী: দ্য আনছাং ৱাৰিয়ৰ’ নৱবৰ্ষৰ ১০ জানুৱাৰিত মুক্তি পাব। ছবিখনত অজয়ৰ উপৰি পত্নী কাজলে তানাজীৰ পত্নী সাবিত্ৰীবাই মালছুৰেৰ ভূমিকাত অভিনয় কৰিব।

চলচ্চিত্ৰখনত চইফ আলী খানেও এটি মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

অজয় দেবগণে তেওঁৰ ছবি “তানাজী: দ্য আনছাং ৱাৰিয়ৰ’কলৈ অত্যন্ত উৎসাহী হৈ পৰিছে। ইয়াৰ বাবে তেওঁ প্ৰচাৰ তথা প্ৰসাৰত ব্যস্ত হৈ পৰিছে।

ইয়াৰ মাজতে অজয়ৰ এক বক্তব্য পোহৰলৈ আহিছে য’ত তেওঁ নাগৰিকত্ব সংশোধনী আইনক লৈ এনে এক মন্তব্য কৰিছে যাক লৈ ব্যাপক চৰ্চা হৈছে।

দ্য কুইন্টক দিয়া এটা সাক্ষাৎকাৰত অজয় দেবগণক দেশত চলি থকা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তেওঁৰ মন্তব্য বিচৰাত তেওঁ এই সন্দৰ্ভত মন্তব্য কৰিবলৈ অস্বীকাৰ কৰে।

কিন্তু এই বিষয়ত নিজৰ মন্তব্য দিয়াৰ সময়ত তেওঁ কয় যে বলীউদৰ নায়কসকলে কোনো বিষয়ত মন্তব্য দিব নোৱাৰে। কিয়নো এই বিষয়ত কিবা কোৱা মানে কোনোবাই বেয়া পাব।

কিবা ক’লে বিৰোধিতা হ’ব পাৰে বুলি কৈ অজয়ে কয় যে যদি মই বা চইফ আলী খানে কিবা কওঁ তেতিয়া কোনোবাই বিৰোধিতা কৰি তাৰ বিপৰীতে প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিব।

তেওঁ লগতে কয় যে তেওঁলোকে মোৰ ছবি তানাজীক নিষিদ্ধ কৰি দিব। ইয়াৰ ফলত ছবিখনৰ নিৰ্মাতা ক্ষতিগ্ৰস্ত হ’ব। মইও এই ছবিখনৰ নিৰ্মাতা। ইয়াৰ পূৰ্বে আমিৰ খান আৰু সঞ্জয় লীলা ভাঞ্চালীৰ সৈতে এয়া ঘটিছিল।

মানুহে নাজানে ছবি এখন নিৰ্মাণৰ সৈতে বহু লোক জড়িত থাকে। ইয়াৰ বাবে সকলোৰে ক্ষতি হ’ব। আমি মন্তব্য দিয়া উচিত আৰু আমাৰ মন্তব্য থাকিবই। একাংশ মিডিয়াই কিবা এটা কৈছে আৰু আন একাংশ আন কিবা এটা কৈছে। আমি আগবাঢ়ি গৈ একো ক’ব নোৱাৰো।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd