• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি গুৱাহাটীত C(A)A বিৰোধী আন্দোলনৰ চহিদ ষ্টেফোৰ্ড আৰু দিপাঞ্জলৰ পৰিয়ালক সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2019 9:27 am
rahul gandhi

ৰাহুল গান্ধী

962
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি গুৱাহাটীত নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী সভাক সম্বোধন কৰিব।

‘অস্তিত্ব ৰক্ষাৰ সমাবেশ’ শীৰ্ষক সমাবেশখন গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব।

ৰাহুল গান্ধীয়ে ‘কা’ বিৰোধী আন্দোলনৰ সময়ত নিৰাপত্তাৰক্ষীৰ গুলীত চহিদ হোৱা গুৱাহাটীৰ কিশোৰ ষ্টেম ষ্টেফোৰ্ডৰ পৰিয়ালৰ লোককো সক্ষাৎ কৰিব।

নিৰাপত্তাৰক্ষীৰ গুলীত চহিদ হোৱা ১৭ বছৰীয়া ষ্টেফোৰ্ড এগৰাকী বাদ্য যন্ত্ৰী আছিল।

কংগ্ৰেছ নেতা সকলে ‘কা’ বিৰোধী আন্দোলনৰ আন এগৰাকী চহিদ কামৰূপৰ দিপাঞ্জল দাসৰ পৰিয়ালকো সাক্ষাৎ কৰিব।

কংগ্ৰেছে ইয়াৰ প্ৰতিষ্ঠা দিৱস ২৮ ডিচেম্বৰত সমগ্ৰ দেশত ‘সংবিধান বচাওক, ভাৰত বচাওক’ শীৰ্ষক সমদলো উলিয়াব।

উল্লেখযোগ্য যে, অসম প্ৰদেশ কংগ্ৰেছে অসমত চলি থকা ‘কা’ বিৰোধী আন্দোলনৰ সময়ত নিজৰ ৰাজনৈতিক সক্ৰিয়তা বৃদ্ধি কৰিছে।

গোলাম নবী আজাদে অলপতে অসম ভ্ৰমণ কৰি যোৱাৰ পাছত ৰাহুল গান্ধী দ্বিতীয় গৰাকী কংগ্ৰেছৰ শীৰ্ষ নেতা হিচাপে অসমত উপস্থিত হ’ব।

Recent News

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

যশস্বী-গিলৰ শতকত দিশহাৰা ইংলেণ্ড; লিডছত প্ৰথম দিনাই ৰানৰ পাহাৰ ‘নতুন’ টীম ইণ্ডিয়াৰ

যশস্বী-গিলৰ শতকত দিশহাৰা ইংলেণ্ড; লিডছত প্ৰথম দিনাই ৰানৰ পাহাৰ ‘নতুন’ টীম ইণ্ডিয়াৰ

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd