• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰেইল যাত্ৰাত নাথাকিব অপেক্ষা তালিকা; এতিয়াৰে পৰা পাব কেবল কনফাৰ্ম টিকট

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2019 12:42 pm
79073-trainticketcounter-pixabay

প্ৰতিনিধিত্বমূলক ফ'টো, সৌজন্য ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰেইল যাত্ৰা বৰ্তমান সময়তো যথেষ্ট পীড়াদায়ক হিচাপেই পৰিগণিত হৈ আহিছে। আপুনি যেতিয়াই ৰেইলত যাত্ৰা কৰিব বিচাৰে কনফাৰ্ম টিকট পোৱাটো এক ডাঙৰ প্ৰত্যহ্বান হৈ ধৰা দিয়ে।

কিন্তু শীঘ্ৰেই কনফাৰ্ম টিকট পোৱাটো সহজ হৈ পৰিব। ভাৰতীয় ৰেইলৱেই আগন্তুক পাঁচ বছৰত এনে ব্যৱস্থা কৰিবলৈ গৈ আছে যে যেতিয়াই আপুনি টিকট কাটিব কনফাৰ্ম ছীটহে পাব। অৰ্থাৎ নাথাকিব কোনো অপেক্ষা তালিকা (No Waiting list)।

Apply Now

ৰেইলৱে বোৰ্ডৰ অধ্যক্ষ বিনোদ যাদবে এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কয় যে বিগত কেইবছৰ ধৰি কনফাৰ্ম টিকট পোৱাৰ সমস্যাৰ সন্দৰ্ভত চিন্তা-চৰ্চা চলোৱা হৈছে।

তেওঁ কয় যে তৎকাল সেৱাৰ জৰিয়তে কনফাৰ্ম টিকটৰ সমস্যা কিছু পৰিমানে হ্ৰাস কৰিবলৈ সক্ষম হৈছে যদিও এতিয়াও বহুক্ষেত্ৰত ই এক সমস্যা হৈয়েই আছে। ৰেইলৱেই আগন্তুক পাঁচ বছৰত কনফাৰ্ম টিকট  দিয়াটো বাস্তৱায়িত কৰি তুলিব।

বিনোদ যাদবে লগতে কয় যে আটাইতকৈ ব্যস্ত পথত এই আঁচনিৰ শুভাৰম্ভ কৰা হ’ব।

ৰেইলেৱ কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে কনফাৰ্ম টিকটৰ শুভাৰম্ভণি দিল্লীৰ পৰা মুম্বাই, কলকাতা আৰু চেন্নাই পথত কৰা হ’ব। ৰেইলৱেই এই পথসমূহত অধিক ৰেইলৰ চলাচল কৰোৱাই কনফাৰ্ম টিকট দিয়াটো সম্ভৱ কৰি তুলিব পাৰে।

উল্লেখযোগ্য যে অতি ব্যস্ত পথ দিল্লী-মুম্বাই, দিল্লী-কলকাতা, দিল্লী-চেন্নাইত ৰেইলৰ টিকট সহজতে পোৱা নাযায়। ইয়াৰ বাবে বেছিভাগ যাত্ৰীয়েই ৰেইলৰ পৰিৱৰ্তে বিমানেৰে যাত্ৰা কৰিবলৈ বিচাৰে। ফলত ৰেইলৱেৰ ৰাজহ ঘাটি হৈছে।

চৰকাৰৰ এই নতুন সিদ্ধান্তৰ জৰিয়তে যাত্ৰীসকল উপকৃত হোৱাৰ আশা কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

September 22, 2026 9:23 am
নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

September 22, 2026 9:06 am
ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

September 22, 2026 8:07 am
কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

September 22, 2026 7:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

September 22, 2026 9:23 am
নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

September 22, 2026 9:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd