• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীলৈ দুখন ব্যক্তিগত ৰে’ল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2019 9:35 pm
Tejas express 2 private trains to run from Guwahati to outside Northeast

তে’জছ এক্সপ্ৰেছৰ ফাইল ছবি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ৰেলৱেই গুৱাহাটীৰ পৰা উত্তৰ-পূবৰ বাহিৰলৈ দুখন ব্যক্তিগত ৰে’ল চলোৱাৰ পৰিকল্পনা কৰিছে।

বাতৰিমতে, ৰেলৱেই দেশৰ ১০০টা নিৰ্বাচিত পথত ব্যক্তিগত ৰে’ল চলোৱাৰ পৰিকল্পনা কৰিছে আৰু গুৱাহাটীও তাৰ অন্তৰ্ভুক্ত হৈছে।

Apply Now

ৰে’ল দুখনৰ পথ দুটা হ’ব গুৱাহাটী-মুম্বাই আৰু গুৱাহাটী-তিৰুৱনন্তপুৰম।

উত্তৰ-পূবৰ ভিতৰত কেৱল গুৱাহাটীৰ পৰা এই ব্যক্তিগত ৰে’লসেৱা আৰম্ভ কৰা হ’ব।

দেশজুৰি মুঠ ১৫০খন যাত্ৰীবাহী ৰে’ল চলোৱাৰ পৰিকল্পনা কৰা হৈছে।

শীৰ্ষ ৰে’ল বিষয়াৰ উদ্ধৃতিৰে প্ৰকাশিত বাতৰিত কোৱা হৈছে, পৰিকল্পনাটোক যোৱা ১৯ ডিচেম্বৰত বিত্ত মন্ত্ৰ্যালয়ৰ পি পি পি এ চি (Public Private Partnership Appraisal Committee)এ সেউজ সংকেত দিছে।

মন্ত্ৰ্যালয়ে ৰেলৱেক ব্যক্তিগত নিবিদা আহ্বানৰ বাবে অনুমতি দিছে আৰু পৰৱৰ্তী মাহৰ ভিতৰতে এই কাম সম্পাদন কৰা হ’ব।

ৰেলৱে ব’ৰ্ডৰ সঞ্চালক বিনোদ কুমাৰ য়াদৱে ব্যক্তিগত ৰে’লৰ পথ চিনাক্তকৰণৰ তথ্য নিশ্চিত কৰিছে।

যোৱা ৪ অক্তোবৰত লক্ষ্ণৌ আৰু নতুন দিল্লীৰ মাজত দেশৰ প্ৰথমখন ব্যক্তিগত ৰে’ল তেজছ এক্সপ্ৰেছ মুকলি কৰা হৈছিল।

অহা ১৭ জানুৱাৰিত আহমেদাবাদ আৰু মুম্বাই চেণ্ট্ৰেলৰ মাজত ভাৰতৰ দ্বিতীয়খন ব্যক্তিগত ৰে’লৰ যাত্ৰা আৰম্ভ হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd