• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পথ দুৰ্ঘটনাত মৰান ছাত্ৰ সন্থাৰ নেতাৰ মৃত্যু; তিনিজন লোক আহত

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
December 30, 2019 7:07 am
Road-mishap-1140x570

পল্লৱ জ্যোতি মৰান আৰু দুৰ্ঘটনাত বিধ্বস্ত অল্টোখন। ফটো: নৰ্থইষ্ট নাও

1.9k
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ নামচাইত দেওবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৰান ছাত্ৰ সন্থাৰ তিনিচুকীয়াৰ কাকপথাৰ শাখাৰ এজন নেতাৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক আহত হয়।

দুৰ্ঘটনাটোত মৰান ছাত্ৰ সন্থাৰ কাকপথাৰ শাখাৰ সম্পাদক পল্লৱ জ্যোতি মৰানৰ (২৪) মৃত্যু হয়।

অৰুণাচল বিশ্ববিদ্যালয়ৰ নামচাইৰ অধ্যয়ন চৌহদৰ সমীপত পথ দুৰ্ঘটনাটো সংঘটিত হয়।

মৰান ছাত্ৰ সন্থাৰ নেতাজন দুৰ্ঘটনাটোত আহত আন লোককেইজনৰ সৈতে আহি থকা গাড়ীখন এখন ট্ৰেক্টৰৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটাৰ ফলতে পথ দুৰ্ঘটনাটো সংঘটিত হয়।

পথ দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বাসিন্দা পল্লৱ জ্যোতি মৰানে AS-06-L-8344 নম্বৰৰ এখন পুৰণি অল্টো গাড়ী চলাই আহিছিল।

ইপিনে, বোজাবাহী ট্ৰেক্টৰখন নামচাইৰ দিশলৈ আহি আছিল। দুৰ্ঘটনাটোত আহত কেইজনো মৰান ছাত্ৰ সন্থাৰ সদস্য আছিল।

দুৰ্ঘটনাত আহত কেইজনক ক্ৰমে কাকপথাৰ অঞ্চলৰ মনোৰঞ্জন মৰান, হিমাংশু গোঁহাই আৰু নয়নজ্যোতি দহোটীয়া বুলি চিনাক্ত কৰা হৈছে।

সূত্ৰসমূহে জানিবলৈ দিয়া মতে নিহত ছাত্ৰনেতাজনে আন সহযোগীকেইজনৰ সৈতে নামচাইলৈ গাড়ীত তেল ভৰাবলৈ গৈছিল।

দুৰ্ঘটনাটোত গাড়ীখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।

জানিব পৰা মতে, মৃত ছাত্ৰজনক স্বগৃহলৈ নিয়াৰ বিপৰীতে আহতকেইজনক চিকিৎসাৰ বাবে তিনিচুকীয়াৰ হাস্পাতলত ভৰ্তি কৰোৱা হয়।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd