• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Sony Tvৰ হিন্দী চিৰিয়েলৰ মুখ্য ভূমিকাত মাৰ্ঘেৰিটাৰ জীয়ৰী কংগন

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
January 3, 2020 5:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ বহু  প্ৰতিভাই নিজ অধ্যাৱসায় আৰু সাধনাৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰাই নহয় নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ মাৰ্ঘেৰিটাৰ এগৰাকী যুৱতীয়ে নিজ অভিনয় প্ৰতিভাৰ জৰিয়তে Sony TVৰ হিন্দী চিৰিেয়েলত মুখ্য ভূমিকাত অভিনয় কৰাৰ সুবিধা লাভ কৰি ৰাজ্যলৈ কঢ়িয়াই আনিছে বিশেষ গৌৰৱ৷

Apply Now

Sony TV ৰ  “BEYHADH-2” চিৰিয়েলখনৰ “অনন্যা“ নামৰ মূল নাৰী চৰিত্ৰটোত অভিনয় কৰিছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ গৌতম বৰুৱা নাঙ্গীয়া আৰু মনিকা বৰুৱা নাঙ্গীয়াৰ  কন্যা কংগন বৰুৱা নাঙ্গীয়াই৷২৩ বছৰ বয়সত ভৰি দিয়া কংগনে সৰুৰে পৰা অভিনয়ৰ সৈতে জড়িত হ’বলৈ ইচ্ছা প্ৰকাশ কৰিছিল বুলি পিতৃ-মাতৃয়ে সংবাদমাধ্যমক জানিবলৈ দিয়ে৷

কংগনে বলিউডৰ অভিনেতা অনুপম খেৰৰ ওচৰত ছয়মাহ অভিনয়ৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল৷ দেৱীচৰণ বৰুৱা, জাহ্নু বৰুৱাৰ পৰিয়ালৰ সম্পৰ্কীয় জীয়ৰী কংগনে জীৱনৰ প্ৰথমটো বিজ্ঞাপনত চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ সৈতে অভিনয় কৰিছিল৷

ইংৰাজী নৱবৰ্ষত মাত্ৰ দুটা দিনৰ বাবে ঘৰলৈ অহা কংগনে চিৰিয়েলখনৰ এশটা খণ্ডৰ বাবে চুক্তিবদ্ধ হৈছে। ইতিমধ্যে ২৭টা খণ্ডৰ চুটিং আৰু ২৩টা খণ্ড সম্প্ৰচাৰ হৈছে৷ অভিনয়ৰে লগতে ভাৰতীয় সংগীতো সাধনা কৰে কংগনে৷

সংবাদমাধ্যমৰ জৰিয়তে অসমবাসীক ইংৰাজী নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰাৰ লগতে  কংগনে সাম্প্ৰতিক অসমৰ পৰিস্থিতিত শান্তিপূৰ্ণ আন্দোলন কৰিবলৈ অসমৰ ৰাইজক আহ্বান জনায়৷ মুম্বাইতো তেওঁলোকে শান্তিপূৰ্ণ আন্দোলনত অংশগ্ৰহণ কৰে বুলি জনায়৷

অসমৰ নৱপ্ৰজন্মৰ মাজত প্ৰচুৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰি অভিনেত্ৰী গৰাকীয়ে একাগ্ৰতা, অধ্যাৱসায় তথা সঠিক পথত আগবাঢ়িলে সুখ্যাতিয়ে লগ দিব বুলি অসমৰ নৱপ্ৰজন্মৰ প্ৰতি পৰাৰ্মশ প্ৰদান কৰে৷ জীৱনত আগবাঢ়িবলৈ কোনো চমু বাট নাই বুলিও উল্লেখ কৰে কংগনে৷

আনহাতে তিনিচুকীয়া জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ ভাঃ সম্পাদক তপন দে, তথ্য আৰু প্ৰচাৰ সম্পাদক মানস প্ৰতিম গগৈসহ সাংবাদিকৰ এটা দলে আজি কংগন বৰুৱা নাঙ্গীয়াৰ এই সাফ্যলত অভিনেত্ৰী গৰাকীৰৰ মাৰ্ঘেৰিটা চাৰিআলিস্থিত বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে৷

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd