• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক গ্ৰেপ্তাৰ

প্ৰতিবাদৰ সময়ত ৰাজহুৱা সম্পত্তি ধ্বংসৰ পৰ্য্যাপ্ত প্ৰমাণ আছে: আৰক্ষী অধীক্ষক

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
January 3, 2020 8:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড়ত নাগৰিকত্ব (সংশোধন) আইনবিৰোধী প্ৰতিবাদত সংঘটিত ধ্বংস আৰু হিংসাত্মক কাণ্ড সংক্ৰান্তত আৰক্ষীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন নেতাক গ্ৰেপ্তাৰ কৰিছে।

ধৃত বিজু তামুলী সংগঠনটোৰ বৰবৰুৱা আঞ্চলিকৰ সাধাৰণ সম্পাদক। ডিব্ৰুগড় আৰক্ষীয়ে বৰবৰুৱাৰ পৰা বৃহস্পতিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰে।

Apply Now

জিলা আৰক্ষী অধীক্ষক শ্ৰীজিত তিৰাৱিয়ামে জনোৱামতে লোকজনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত ৰাজহুৱা সম্পত্তি ধ্বংসৰ পৰ্য্যাপ্ত প্ৰমাণ আৰক্ষীৰ হাতত আছে।

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱামতে ধ্বংস আৰু হিংসা সংক্ৰান্তত এতিয়ালৈকে জিলাখনত ৬২ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

“এতিয়ালৈকে ৮০টা গোচৰ পঞ্জীয়ন কৰা হৈছে। ধ্বংস আৰু হিংসাত জৰিতসকলৰ বিৰুদ্ধে আমাৰ ওচৰত পৰ্য্যাপ্ত প্ৰমাণ আছে,” তেওঁ কয়।

কা-বিৰোধী হিংসাত মুখ্য মন্ত্ৰী সোণোৱালৰ গৃহ জিলাখনৰ বিভিন্ন ঠাইত বহু ধ্বংসকাৰ্য্য সংঘটিত হৈছিল। চাবুৱা অঞ্চলত ৰাজহুৱা সম্পত্তিৰ ব্যাপক ক্ষয়ক্ষতি হৈছিল।

পূৰ্বে সংগঠনটোৰ নেতা অখিল গগৈক অসম আৰক্ষীয়ে যোৰহাটত গ্ৰেপ্তাৰ কৰিছিল। পিছত তেওঁক এন আই এই বেআইনী কাৰ্য্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল।

অখিল গগৈকে ধৰি সংগঠনটোৰ আৰু কেইবাজনো নেতা বৰ্তমান কাৰাবন্দী অৱস্থাত আছে।

ইফালে সদৌ অসম ছাত্ৰ সন্থায়ো জিলাখনত কা-বিৰোধী প্ৰতিবাদ অব্যাহত ৰাখিছে। কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক ডিব্ৰুগড়ৰ আৰ কে বি পথত প্ৰতিবাদকাৰীসকলে আজি ক’লা পতাকা দেখুৱায়।

অভীক চক্ৰবৰ্তী

অভীক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd