• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিফুত ছাত্ৰৰ মুখত “নৰেন্দ্ৰ মোদী গ’ বেক” ধ্বনি

বকলীয়াঘাটত আছু নেতৃত্বত উলিওৱা প্ৰতিবাদ সমদলত বেংগালী সমাজৰ অংশগ্ৰহণ

নংগী তেৰাং by নংগী তেৰাং
January 11, 2020 8:12 pm
CAA protest in Diphu

ডিফুত আজি উলিওৱা প্ৰতিবাদৰ এটা দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলঙত আজি “নৰেন্দ্ৰ মোদী গ’ বেক” ধ্বনি তুলিলে ছাত্ৰ-ছাত্ৰীসকলে।

আজি জিলাখনৰ ডিফু চহৰত ডিফু আঞ্চলিক ছাত্ৰ সন্থা, কাৰ্বি আংলং ষ্টুডেণ্টছ এছ’চিয়েশ্যন (এছ আৰ), সদৌ ডিমাছা ছাত্ৰ সন্থা আৰু স্থানীয় নাগৰিকসকলে CAA-ৰ বিৰোধিতাত জোঁৰ সমদল উলিয়ায়।

Apply Now

সমদল কৰি যোৱা প্ৰতিবাদকাৰীয়ে বিতৰ্কিত আইনখন বাতিল কৰিবলৈ দাবী জনোৱাৰ লগতে “নৰেন্দ্ৰ মোদী গ’ বেক”, “সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ” ধ্বনি দিয়ে।

ছেমচং চিং ইংতি মেমৰিয়েল পাৰ্কৰ পৰা জোঁৰ সমদলটো আৰম্ভ কৰি প্ৰতিবাদকাৰীসকলে বজাৰ হৈ ঘূৰি আহি পুনৰ পাৰ্কত সমবেত হয়।

সমদলৰ শেষত প্ৰতিবাদকাৰীসকলৰ সন্মুখনত ভাষণ দি ডিফু আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চৰ্জন হানছেই কয়, “যদিহে এই আইনখন বাতিল কৰা নহয়, তেন্তে ই অসমক ধ্বংস কৰিব। ইয়াক গ্ৰহণ কৰিব নোৱাৰি। ধৰ্ম, ভাষা, জাতি নিৰ্বিশেষে আমি ইয়াৰ বিৰুদ্ধে যুঁজ দিয়া উচিত”

তেওঁ অভিভাৱকসকলক তেওঁলোকৰ সন্তানসকলক আন্দোলনটোত অংশগ্ৰহণ কৰি ইয়াক আগুৱাই নিয়াৰ সুযোগ দিবলৈও অনুৰোধ জনায়।

চৰকাৰ তথা বিজেপি দলৰ শান্ত সমদল উলিওৱা কাৰ্য্যক সমালোচনা কৰি হানছেই কয়, “শান্তি সমদল উলিওৱাৰ পৰিৱৰ্তে অসম চৰকাৰে মোদীক কৈ দিয়ক যে উত্তৰ-পূৰ্বাঞ্চলত এই আইনখন বাতিল কৰিব লাগিব”।

শান্তি সমদলক ২০২১ চনৰ নিৰ্বাচনৰ প্ৰচাৰ বুলিও দাবী কৰে নেতাজনে।

আজি বকলীয়াঘাটততো সদৌ অসম ছাত্ৰ সন্থাৰ বকলীয়াঘাট গোটৰ দ্বাৰা CAA বিৰোধী প্ৰতিবাদ উলিওৱা হয়।

হিন্দীভাষী সমাজ, বেংগালী সমাজ, শ্ৰীমন্ত শংকৰদেৱ সংঘ, কাৰ্বি ষ্টুডেণ্টছ এছ’চিয়েশ্যন, মাৰৱাৰী সমাজ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও ইয়াত সহযোগ কৰে।

বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা প্ৰতিবাদী সমদল আৰম্ভ হৈ পি ডব্লিউ ডি কলনিলৈকে গৈ পুনৰ খেলপথাৰলৈ ঘূৰি আহে।

প্ৰতিবাদকাৰীসকলে CAA-ৰ বিৰুদ্ধে, প্ৰধান মন্ত্ৰী মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে শ্ল’গান দিয়ে।

নংগী তেৰাং

নংগী তেৰাং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd