• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাঘক “অসমীয়া নৱবৰ্ষ” কিয় কৰিলে অভিনেত্ৰী নিশিতা গোস্বামীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 14, 2020 3:43 pm
Nishita Goswami_2
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়াৰ বিহুকেইটা আৰু অসমীয়া নৱবৰ্ষ সম্বন্ধেও এতিয়া স্পষ্ট ধাৰণা হেৰুৱাই পেলালে নেকি অভিনেত্ৰী নিশিতা গোস্বামী চক্ৰবৰ্তীয়ে?

অভিনেত্ৰীগৰাকীয়ে খোৱাপানী বিক্ৰী কৰা কোম্পানি এটাৰ বিজ্ঞাপন দিবলৈ গৈ অসমৰ ৰাইজক ভোগালী বিহুৰ ওলগ জনোৱাৰ লগতে অসমীয়া নৱবৰ্ষৰো শুভেচ্ছা যাচে। অভিনেত্ৰীগৰাকীক বিজ্ঞাপনৰ ভিডিঅ’টো নিজৰ টাইমলাইনতো আপল’ড কৰা দেখা যায়।

Apply Now

মাঘকে ভুলকৈ অসমীয়া নৱবৰ্ষৰ আৰম্ভণি বুলি ক’ব খোজা ভিডিঅ’টো লগে লগে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু অভিনেত্ৰীগৰাকীক ফেইচবুক য়ুজাৰসকলে ট্ৰ’ল দিয়া আৰম্ভ কৰে।

গোস্বামী চক্ৰবৰ্তীৰ টাইমলাইনতো অনেকে এই লৈ ব্যংগাত্মক মন্তব্য কৰে।

এজনৰ কটাক্ষ, “নৱবৰ্ষৰ পাৰ্টি এতিয়াও চলি আছে তাৰমানে”?

আন এজনে উভতি ধৰি কৈছে, “কিহৰ শিল্পী, নিজৰ কথাখিনিকে যদি নাজানে। লাজ পালো দেই”।

আনহাতে আন এজনে বিছলেৰি মালিক CAA-ৰ সমৰ্থক বুলিও দাবী কৰিছে নিজৰ মন্তব্যত।

“বিহুৰ শুভেচ্ছাতো প্ৰমোশ্যন” বুলি মন্তব্য কৰিছে আন এজনে।

অৱশ্যে অভিনেত্ৰীগৰাকীয়ে এই ট্ৰ’লৰ পিছতে নিজৰ ভুল অনিচ্ছাকৃত বুলি দাবী কৰি ইয়াৰ শুধৰণি দিয়ে আৰু ক্ষমা বিচাৰি কয়, “মানুহ মাত্ৰেই ভুল হয়”।

Nishita Goswami
অভিনেত্ৰীগৰাকীৰ স্পষ্টীকৰণটো।

নিজৰ টাইমলাইনত দিয়া স্পষ্টীকৰণত “অসমীয়া নৱবৰ্ষ”ৰ ঠাইত “ইংৰাজী নৱবৰ্ষ” হ’ব লাগিছিল বুলি কয় অভিনেত্ৰীগৰাকীয়ে। লগতে তেওঁ ভিডিঅ’টোও শুধৰণিৰ সৈতে পুনৰ আপল’ড কৰে।

নতুন ভিডিঅ’টোতো অভিনেত্ৰীগৰাকয়ে “ওলগ” আৰু “সেৱা” তথা “শুভেচ্ছা” আৰু “শুভকামনা” শব্দক ওপৰা-উপৰিকৈ ব্যৱহাৰ কৰা দেখা গৈছে, য’ত প্ৰথম শব্দটো দ্বিতীয় শব্দটোৰ সমাৰ্থক বা একে অৰ্থযুক্ত।

উল্লেখ কৰিব পাৰি যে অসমীয়া নৱবৰ্ষ, অসমীয়া শব্দৰ এনেকুৱা “অনিচ্ছাকৃত” ভুল কৰা অভিনেত্ৰীগৰাকী অসমীয়া চিনেমাৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰী মলয়া গোস্বামীৰ দুহিতা।

চয়ন চক্ৰবৰ্তী নামৰ শ্বিলং নিৱাসী এজন বাঙালী লোকলৈ বিয়া হ’লেও নিশিতাই এতিয়াও অসমীয়া ছবিত অভিনয় কৰে আৰু অসমীয়া সমাজখনৰ পৰা বিচ্ছিন্ন হোৱা নাই। আনকি তেওঁ শেহতীয়াকৈ অসমীয়া মানুহে মৰণপণে চলাই থকা CAA-বিৰোধী যুঁজখনতো অংশগ্ৰহণ কৰিছে।

ছ’চিয়েল মিডিয়াত আন একাংশৰ মত, বিজ্ঞাপনতো অধিক প্ৰচাৰ হ’বৰ বাবেহে এই বিতৰ্কতি উপস্থাপন কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm
২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd