• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছুটীত আহি বন্ধুৰ ঘৰলৈ যাওঁতেই দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি ল’লে সেনা জোৱানে

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
January 21, 2020 6:58 am
Screenshot_20200120_182512

ফটো: নৰ্থইষ্ট নাও

27.7k
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ প্ৰদেশ চাংলাং জিলাৰ বৰডুমচাত পথ দুৰ্ঘটনাত পতিত হৈ এজন সেনা জোৱানৰ মৃত্যুৰ বাতৰি পোৱা গৈছে ৷

নিহত সেনা জোৱান জনৰ নাম জৌখুমগাম খাছা। তেওঁ অসম ৰেজিমেণ্টৰ ৪২ ৰাষ্ট্ৰীয় ৰাইফলচৰ হৈ কাশ্মীৰত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে।

২০০৯ চনত সেনাবাহিনীত যোগদান কৰা এই জোৱানজনে ২মাহৰ ছুটীলৈ যোৱা তিনিদিনৰ পূৰ্বে অৰুণাচল প্ৰদেশ বৰডুমছাৰ নিজা গাঁও ’ডাপখু’ত উপস্থিত হৈ দেওবাৰে বন্ধুৰ ঘৰত কাশ্মীৰৰ পৰা অনা এখন কাশ্মীৰি শ্বল দিবলৈ গৈছিল।

এইদৰে বন্ধুৰ ঘৰলৈ যাওঁতেই দুৰ্ঘটনা পতিতহৈ মৃত্যুক আঁকোৱালি লয় সেনা জোৱানজনে।

সোমবাৰে স্থানীয় সেনাই মৃতদেহটো সেনাজোৱানজনৰ বাসগৃহলৈ অনাত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়।

মৃত্যুৰ সময়ত জোৱানজনে এটি ৬বছৰীয়া আৰু এটি তিনিমহীয়া কন্যা সন্তান সহ পত্নীক এৰি থৈ যায়।

মঙলবাৰে পুৱা সামৰিক মৰ্য্যদাৰে জোৱান জনৰ অন্তিম সৎকাৰৰ ব্যৱস্থা কৰা হ’ব বুলি পৰিয়ালৰ তৰফৰ পৰা জনিবলৈ দিছে।

Recent News

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd