• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বজাৰলৈ আহি আছে ইলেকট্ৰিক ডেলিভাৰী ৰিক্সা; ঘৰতেই পাব অৰ্ডাৰ কৰা সামগ্ৰী (চাওক ভিডিঅ’)

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2020 10:03 am
Electric-rikshaw

এমাজনৰ ইলেকট্ৰিক ৰিক্সা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজপথত ইতিমধ্যে আমি ইলেকট্ৰিক বাছ, ইলেকট্ৰিক গাড়ী বা বাইক দেখিবলৈ পাইছো বা ইয়াৰ কথা জানিব পাৰিছো।

কিন্তু এইবাৰ এমাজনৰ সৌজন্যত বজাৰলৈ আহি আছে ইলেকট্ৰিক ডেলিভাৰী ৰিক্সা। এই ৰিক্সাৰে এতিয়া অৰ্ডাৰ কৰা আপোনাৰ সা-সামগ্ৰী ঘৰত দি থৈ আহিব।

Apply Now

এমাজন ইণ্ডিয়াৰ ফালৰ পৰা সোমবাৰে কোৱা হৈছে যে ভৰততো এই বিশেষ ৰিক্সা চলিব। কাৰ্বনমুক্ত হোৱা বাবে সম্পূৰ্ণ পৰিৱেশ উপযোগী এই গাড়ীখন ইলেকট্ৰিক বেটাৰীৰ সহায়ত চলিব।

কোম্পানীটোৱে পৰিৱেশৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ গোটেই বিশ্বতে ইলেকট্ৰিক ডেলিভাৰী ৰিক্সা প্ৰচলনৰ বাবে চলোৱা ব্যৱস্থাৰ তালিকাত এইবাৰ ভাৰতো অন্তৰ্ভুক্ত হ’ল।

এমাজনৰ ফালৰ পৰা জানিব দিয়া মতে ২০২৫ চনৰ ভিতৰত কমেও ১০ হাজাৰ এনেকুৱা বাহৰ ভাৰতৰ পথত চলাচল কৰিব যিটো ২০৩০চনৰ ভিতৰত এক লাখ স্পৰ্শ কৰিব।

Hey, India. We’re rolling out our new fleet of electric delivery rickshaws. Fully electric. Zero carbon. #ClimatePledge pic.twitter.com/qFXdZOsY4y

— Jeff Bezos (@JeffBezos) January 20, 2020

এমাজনৰ চিইঅ’ জেফ বেজছে সোমবাৰে টুইট কৰি এই কথা সদৰী কৰিছে। তেওঁ লিখিছে: ‘’সম্পূৰ্ণ ইলেকট্ৰিক, কাৰ্বনমুক্ত এই বাহনৰ যাত্ৰা ভাৰতত আৰম্ভ হ’ল।‘’

তেওঁ ইয়াৰ লগতে এটা ভিডিঅ’ও প’ষ্ট কৰিছে য’ত ইলেকট্ৰিক ডেলিভাৰী ৰিক্সাখন স্পষ্ট ৰূপত দেখা গৈছে।

চলিত বৰ্ষত দেশৰ কেইবাখনো চহৰত এই গাড়ী চলিব বুলি এমাজনৰ তৰফৰ পৰা জানিব দিছে। বাহনসমূহ ভাৰতীয় কোম্পানী এটাই প্ৰস্তুত কৰাৰ কথাও জনোৱা হৈছে।

গ্ৰাহকৰ হাতত যাতে নিৰাপদে আৰু সঠিক সময়ত সামগ্ৰীসমূহ দিব পৰা যায় তাৰ বাবে পথত নমোৱাৰ পূৰ্বেই বাহনখনৰ খুটি নাটি পৰীক্ষা কৰি চোৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd