• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শান্তি আলোচনাৰ বাবে মুকলি আকাশৰ তলত এন ডি এফ বিৰ সকলো লীডাৰ আৰু কেডাৰ

কেন্দ্ৰীয় চৰকাৰৰ সৈতে এন ডি এফ বিৰ হ’বলগীয়া চুক্তিক সকলোৱে জনাইছে আদৰণি

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 23, 2020 8:54 pm
index

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰন্ট অফ বড়োলেণ্ড চমুকৈ এন ডি এফ বি এটা সশস্ত্ৰ সংগঠন। পূৰ্বতে প্ৰতিস্থাপক সভাপতি ৰঞ্জন দৈমাৰী ওৰফে ডি আৰ নাব্লাৰ নেতৃত্বত চলিছিল সংগঠনটো।

পৰৱৰ্তীকালত বিভাজন হৈ ইংটি কাটাৰ চমুকৈ আই কে ছংবিজিত নামৰ কাৰ্বি নেতাৰ নেতৃত্বত চলি থকাৰ মাজতে নেতাগৰাকীয়ে “People’s Democratic Council of Karbi Longri  (পি ডি চি কে) নামৰ কাৰ্বি সহস্ৰ সংগঠন জন্ম দি এন ডি এফ বি এৰি গুচি যায়।

Apply Now

ইয়াৰ পাছত সভাপতি হিচাপে নেতৃত্ব বহন কৰি আহিছে বি ছাউৰাইগৌৰা ওৰফে অমৰ আৰু সাধাৰণ সম্পাদক হিচাপে ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাই।

কেন্দ্ৰীয় চৰকাৰৰ আহ্বান মৰ্মে দুয়োজন নেতাই কেডাৰ সকলক লৈ ম্যানমাৰৰ পৰা শান্তি আলোচনাৰ বাবে ওলাই অহাৰ পাছত  এইবাৰ আলোচনাত চামিল হ’ল বহু প্ৰত্যাশিত দুৰ্ধৰ্ষ নেতা বিষ্ণু গয়াৰী ওৰফে জি বিদাই আৰু বাথা মুছাহাৰী ওৰফে এম বিবান।

বুধবাৰে কোকৰাঝাৰ জিলাৰ কচুগাও ৰাঙাপাৰা ঘন হাবিৰ পৰা ছয় শতাধিক কেডাৰক লগত লৈ বাথা ওৰফে এম বিবানে ওলাই অহাৰ পিচতে চিৰাং আৰু বাক্সা জিলাৰ ভাৰত-ভুটান সীমান্তৱৰ্তী হাবিৰ পৰা জি বিদাইয়ো ওলাই আহি বাক্সা জিলাৰ গোৱৰ্ধনাস্থিত নিজ গৃহত সোমাই পোনে পোনে চিৰাং আৰক্ষীয়ে দুৰ্ধৰ্ষ নেতাগৰাকীক লৈ আনে কোকৰাঝাৰ জিলাৰ বিষমুৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভুটান সীমান্তৰ ধিগিলিস্থিত ডিজিগনেটেড শিবিৰলৈ।

আজি পুৱাই ৭ বজাত চাৰিগৰাকী দুৰ্ধৰ্ষ নেতাই নতুন দিল্লীলৈ শান্তি আলোচনাৰ বাবে ৰাওনা হয়।

বৰ্তমান এন ডি এফ বি(এছ)ৰ সকলো শীৰ্ষ নেতাৰ লগত কেইবাশতাধিক কেডাৰক ডিজিগনেটেড শিবিৰত ৰখা হৈছে । শিবিৰত পুৱাৰ পৰাই আত্মীয় তথা পৰিয়ালবৰ্গ আৰু সংগঠনৰ বাবে বাহিৰত থাকি কাম কৰা সদস্য কৰ্মী সকলে নেতাসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ ব্যস্ত হৈ পৰে।

আনহাতে, দুৰ্ধৰ্ষ সদস্য সকলক কটকটীয়া নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰা হৈছে । সংগঠনৰ সদস্য, আত্মীয় তথা পৰিয়ালৰ সদস্যৰ বাহিৰে কোনোৱেই প্ৰৱেশ কৰিব নোৱাৰে ভিতৰলৈ।

আনকি সাংবাদিকেও বাতৰি পৰিবেশন কৰাৰ বাবে কাৰোবাৰ সাক্ষাৎকাৰ বিচাৰিলে শিবিৰৰ গেটৰ বাহিৰৰ পৰাহে লব লাগে।

এনেকুৱা কঠোৰ নিৰাপত্তা ব্যৱস্থাৰে আবদ্ধ কৰি ৰাখিছে সংগ্ৰামী এন ডি এফ বি সদস্য সকলক। এইফালে বড়ো জনগণে শান্তি আলোচনা তথা মূল সুঁতিলৈ ওলাই অহাৰ বাবে আদৰণি জনাই শান্তি আলোচনাৰ মাজেৰে কি ফলাফল লাভ কৰে  তালৈ আশাত বাট চাইছে।

আচলতে শেষত কেন্দ্ৰীয় চৰকাৰৰ সৈতে এন ডি এফ বিয়ে কেনেধৰণৰ চুক্তি স্বাক্ষৰ কৰিব সেয়া হ’ব লক্ষণীয়।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd