• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ড০ গোলোকচন্দ্ৰ গোস্বামীৰ শেষকৃত্য ৰাজ্যিক মৰ্য্যাদাৰে সম্পন্ন কৰাৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

ভাষাচাৰ্য্য ড০ গোলোকচন্দ্ৰ গোস্বামীৰ বিয়োগত মুখ্য মন্ত্ৰী, সাহিত্য সভা, প্ৰকাশন পৰিষদৰ শোক প্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2020 6:49 pm
Golok Ch Goswami

ড০ গোলোকচন্দ্ৰ গোস্বামী (বাওঁফালে) আৰু ড০ উপেন ৰাভা হাকাছাম। ফটোৰ উৎস : দেৱব্ৰত শৰ্মাৰ ফেইচবুক টাইমলাইন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটা অসমীয়া ভাষাৰ প্ৰসিদ্ধ ভাষাবিদ ড০ গোলোকচন্দ্ৰ গোস্বামীৰ শেষকৃত্য ৰাজ্যিক মৰ্য্যাদাৰে সম্পন্ন কৰা হ’ব বুলি ৰাজ্য চৰকাৰে জানিবলৈ দিছে। তাৰ ব্যৱস্থা কৰিবলৈ মুখ্য সচিবক ইতিমধ্যে নিৰ্দেশ দিছে মুখ্য মন্ত্ৰী সোণোৱালে।

বিশিষ্ট ভাষা পণ্ডিতজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বিশিষ্ট সাহিত্যিক, ভাষাবিদজনৰ বিয়োগ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি। তেওঁ শোকসন্তপ্ত পৰিয়ালটোলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Apply Now

ড০ গোস্বামীয়ে অসমীয়া ভাষা-সাহিত্যলৈ আগ বঢ়াই যোৱা বৰঙনি ৰাজ্যখনৰ জনসাধাৰণে শ্ৰদ্ধাৰে স্মৰণ কৰিব বুলিও মুখ্য মন্ত্ৰীয়ে মন্তব্য কৰে।

অসম সাহিত্য সভাৰ শোক প্ৰকাশ

ভাষাচাৰ্য্য, সাহিত্যাচাৰ্য্য ড০ গোলোকচন্দ্ৰ গোস্বামীৰ বিয়োগত অসম সাহিত্য সভায়ো গভীৰ শোক প্ৰকাশ কৰিছে।

অসমৰ ভাষা-সাহিত্যৰ অগ্ৰণী অনুষ্ঠানটোৱে ভাষাবিদগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি কয়, “অসমীয়া ভাষাৰ প্ৰণালীবদ্ধ, বিজ্ঞানসন্মত চৰ্চা কৰা ভাষাচাৰ্য্য ড০ গোলোকচন্দ্ৰ গোস্বামীৰ বিয়োগত অসমে ভাষা-সাহিত্যৰ এগৰাকী মহান পণ্ডিতক হেৰুৱালে”।

ড০ গোলোকচন্দ্ৰ গোস্বামীৰ অক্ষয় কীৰ্তি অসমীয়া জাতি, অসমীয়া ভাষা থাকে মানে জিলিকি থাকিব বুলিও সভাই মত ব্যক্ত কৰে।

অসম প্ৰকাশন পৰিষদৰ শোক প্ৰকাশ

অসম প্ৰকাশন পৰিষদেও ভাষাবিদগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি নৰ্থ-ইষ্ট নাওলৈ এটা বিবৃতি প্ৰেৰণ কৰিছে।

পৰিষদে গোস্বামীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে শোকসভা পাতি এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে মৃতকৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে আৰু শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জনায়।

“আজীৱন মাতৃভাষাৰ উৎকৰ্ষ সাধনত ব্ৰতী ড০ গোস্বামীৰ মৃত্যুত অসমে এগৰাকী পথীকৃত ভাষাবিজ্ঞানীয়েই নহয়, অসমহিতৈষী পুৰুষো হেৰুৱালে”, শোকসভাত পৰিষদৰ মন্তব্য।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

September 24, 2026 3:35 pm
গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

September 24, 2026 3:08 pm
আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

September 24, 2026 2:57 pm
পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

September 24, 2026 3:35 pm
গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

September 24, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd