• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত ট্ৰাক-মেজিকৰ ভয়াবহ মুখামুখি সংঘৰ্ষ; গুৰুতৰভাৱে আহত ১২ গৰাকী যাত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2020 6:52 pm
Sivsagar Accident story

শিৱসাগৰত দুৰ্ঘটনাগ্ৰস্ত বাহনখন

6.9k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ চেৰেকাপাৰত আজি সংঘটিত হোৱা ভয়াবহ পথ দুৰ্ঘটনাত ১২ গৰাকী লোক গুৰুতৰভাৱে আহত হয়।

অ’এনজিচিৰ সামগ্ৰী কঢ়িওৱা এখন ট্ৰাক আৰু যাত্ৰীবাহী মেজিকৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে যাত্ৰীবাহী মেজিকখনত থকা যাত্ৰীসকল গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাত আহত হোৱা লোক কেইগৰাকী হ’ল- মংগলচন্দ্ৰ ব্ৰহ্ম(৫৬), ইয়াছমীন বেগম(১৯), পাপু ভৰালী(৪০), শান্তনু হতীমূৰীয়া(২৪), পূৰবী গগৈ(১৯), টিংকু ডেকা(৪৫), হীৰা সাহা(৪০), নৱ হাজৰিকা(৪৪), ৰছিদা বেগম(৩০), চুনু ৰাজ আৰু উৰ্মিলা সাহা।

জানিব পৰা মতে, তীব্ৰ বেগী ট্ৰাকখনে  নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড বেগেৰে আহি যাত্ৰীবাহী মেজিকখনত খুন্দা মাৰে।

ট্ৰাকৰ খুন্দাত মেজিকখনত থকা ড্ৰাইভাৰকে ধৰি প্ৰায় সকলো যাত্ৰী আহত হয় যদিও সৌভাগ্যক্ৰমে কোনো লোকৰ মৃত্যু নহ’ল।

দুৰ্ঘটনাৰ পাছতে ঘটনাত আৰক্ষীৰ দল উপস্থিত হয় আৰু স্থানীয় লোকৰ সহযোগত আহত লোকসকলক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনো জব্দ কৰে।

তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবেই পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে কয়।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd