• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিচি নিৰ্বাচনত ফেক্টৰ হ’ব নেকি নৱ শৰণীয়া? কি ক’লে বিশ্বজিৎ দৈমাৰীয়ে?

অস্ত্ৰ সম্বৰণকাৰী NDFB নেতাই খেলিব বিটিচি নিৰ্বাচন; ক’লে দৈমাৰীয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 30, 2020 8:54 pm
Biswajit Daimary

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বৰ্ষৰ এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া বিটিচি নিৰ্বাচনত নৱ শৰণীয়াই বিপিএফক শূণ্য কৰাৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে তেওঁ বিপিএফৰ কোনো ফেক্টৰ নহয় বা প্ৰত্যাহ্বান হিচাপে থিয় নিদিয়ে বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত মন্তব্য কৰিছে ৰাজ্যসভাৰ বিপিএফ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।

আমাৰ সাংবাদিকে দৈমাৰীক বিটিচি নিৰ্বাচনত নৱ শৰণীয়া ফেক্টৰ হৈ পৰিব নেকি? বুলি সোধাত তেওঁ কয়, ‘নহয় চাওঁক, এই পৰিস্থিতি বিটিচিৰ মানুহে বুজি পালে যে তেওঁ যিখিনি কথা কৈছে সেইখিনিৰ বাস্তৱৰ লগত সম্পৰ্ক নাই।‘

Apply Now

তেওঁ আৰু কয়, ‘বড়ো শান্তি চুক্তিৰ জৰিয়তে যিবোৰ অপপ্ৰচাৰ বিটিচিবাসীৰ মাজত চলাই থকা হৈছিল সকলো নাইকিয়া হৈ গ’ল। সকলোৰে লাভম্বিত হ’ব পৰাকৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত চুক্তি স্বাক্ষৰ হৈ গ’ল।‘

ইপিনে, ‘নৱ শৰণীয়াৰ হাতত প্ৰত্যাহ্বান হিচাপে থিয় দিব পৰা কোনো বিষয়েই নাই।‘ বুলি উল্লেখ কৰি দৈমাৰীয়ে কয়, ‘তেওঁৰ হাতত কি বিষয় আছে? তেওঁৰ হাতত কোনো ইচ্ছুৱেই নাই।‘

ইপিনে, আগন্তুক বিটিচি নিৰ্বাচন ভালেই হ’ব বুলি দাবী কৰি দৈমাৰীৰ মত ‘সকলোৱে মুকলিভাৱে নিৰ্বাচনত ভাগ ল’ব। আগতে এটা চিন্তা আছিল কৰবাত সন্ত্ৰাসবাদী সংগঠনে বিটিএডিত কিবা কৰিব নেকি? বিটিচিৰ বাসিন্দা হিচাপে সকলোৱে মুকলিকৈ অংশগ্ৰহণ কৰিব।‘

তাৎপয্যপূৰ্ণভাৱে, আজি অস্ত্ৰ সম্বৰণ কৰা NDFB নেতা-কেডাৰেও আগন্তুক বিটিএডি নিৰ্বাচনত অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰে দৈমাৰীয়ে।

দৈমাৰীয়ে কয়, ‘যিসকল নেতা কেডাৰে আত্ম সমৰ্পন কৰিলে তেওঁলোকৰ যাৰ বিৰুদ্ধে কোনো গোচৰ নাই বা নিৰ্বাচন আয়ুক্তই যদি গ্ৰহণ কৰে, তেন্তে তেওঁলোকে বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। তেওঁলোকে যিহেতু আজি অস্ত্ৰ সম্বৰণ কৰিলে এতিয়া কোনো কথা নাই বা কোনো আণ্ডাৰগ্ৰাউণ্ড নহয়।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm
ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

August 18, 2026 12:05 pm
শ্ৰেণীকোঠাত সহপাঠীৰ নিৰ্বিচাৰ গুলীচালনা, ২জন ছাত্ৰৰ মৃত্যু; অনাহুত কাণ্ডত তীব্ৰ চাঞ্চল্য

শ্ৰেণীকোঠাত সহপাঠীৰ নিৰ্বিচাৰ গুলীচালনা, ২জন ছাত্ৰৰ মৃত্যু; অনাহুত কাণ্ডত তীব্ৰ চাঞ্চল্য

August 18, 2026 10:19 am
অভূতপূৰ্ব! চাৰি মাহত ২২ জন লোকক মৃত্যুদণ্ড দিয়া কোন এইগৰাকী ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

অভূতপূৰ্ব! চাৰি মাহত ২২ জন লোকক মৃত্যুদণ্ড দিয়া কোন এইগৰাকী ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

August 18, 2026 8:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm
ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

August 18, 2026 12:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd