DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিটিচি নিৰ্বাচনত ফেক্টৰ হ’ব নেকি নৱ শৰণীয়া? কি ক’লে বিশ্বজিৎ দৈমাৰীয়ে?

অস্ত্ৰ সম্বৰণকাৰী NDFB নেতাই খেলিব বিটিচি নিৰ্বাচন; ক’লে দৈমাৰীয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 30, 2020 8:54 pm
Biswajit Daimary

ফাইল ফটো

2.7k
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া বিটিচি নিৰ্বাচনত নৱ শৰণীয়াই বিপিএফক শূণ্য কৰাৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে তেওঁ বিপিএফৰ কোনো ফেক্টৰ নহয় বা প্ৰত্যাহ্বান হিচাপে থিয় নিদিয়ে বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত মন্তব্য কৰিছে ৰাজ্যসভাৰ বিপিএফ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।

আমাৰ সাংবাদিকে দৈমাৰীক বিটিচি নিৰ্বাচনত নৱ শৰণীয়া ফেক্টৰ হৈ পৰিব নেকি? বুলি সোধাত তেওঁ কয়, ‘নহয় চাওঁক, এই পৰিস্থিতি বিটিচিৰ মানুহে বুজি পালে যে তেওঁ যিখিনি কথা কৈছে সেইখিনিৰ বাস্তৱৰ লগত সম্পৰ্ক নাই।‘

তেওঁ আৰু কয়, ‘বড়ো শান্তি চুক্তিৰ জৰিয়তে যিবোৰ অপপ্ৰচাৰ বিটিচিবাসীৰ মাজত চলাই থকা হৈছিল সকলো নাইকিয়া হৈ গ’ল। সকলোৰে লাভম্বিত হ’ব পৰাকৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত চুক্তি স্বাক্ষৰ হৈ গ’ল।‘

ইপিনে, ‘নৱ শৰণীয়াৰ হাতত প্ৰত্যাহ্বান হিচাপে থিয় দিব পৰা কোনো বিষয়েই নাই।‘ বুলি উল্লেখ কৰি দৈমাৰীয়ে কয়, ‘তেওঁৰ হাতত কি বিষয় আছে? তেওঁৰ হাতত কোনো ইচ্ছুৱেই নাই।‘

ইপিনে, আগন্তুক বিটিচি নিৰ্বাচন ভালেই হ’ব বুলি দাবী কৰি দৈমাৰীৰ মত ‘সকলোৱে মুকলিভাৱে নিৰ্বাচনত ভাগ ল’ব। আগতে এটা চিন্তা আছিল কৰবাত সন্ত্ৰাসবাদী সংগঠনে বিটিএডিত কিবা কৰিব নেকি? বিটিচিৰ বাসিন্দা হিচাপে সকলোৱে মুকলিকৈ অংশগ্ৰহণ কৰিব।‘

তাৎপয্যপূৰ্ণভাৱে, আজি অস্ত্ৰ সম্বৰণ কৰা NDFB নেতা-কেডাৰেও আগন্তুক বিটিএডি নিৰ্বাচনত অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰে দৈমাৰীয়ে।

দৈমাৰীয়ে কয়, ‘যিসকল নেতা কেডাৰে আত্ম সমৰ্পন কৰিলে তেওঁলোকৰ যাৰ বিৰুদ্ধে কোনো গোচৰ নাই বা নিৰ্বাচন আয়ুক্তই যদি গ্ৰহণ কৰে, তেন্তে তেওঁলোকে বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। তেওঁলোকে যিহেতু আজি অস্ত্ৰ সম্বৰণ কৰিলে এতিয়া কোনো কথা নাই বা কোনো আণ্ডাৰগ্ৰাউণ্ড নহয়।‘

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd