• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৃতীয় জে কে এম ট্ৰফি টি-২০ ক্ৰিকেট টুৰ্নামেণ্টত বিজয়ী অ’ এন জি চি, দিল্লী

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
February 12, 2018 6:42 pm
ক্ৰিকেট টুৰ্নামেণ্ট
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে ডিব্ৰুগড়ৰ ডিডিএছএ ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় জে কে এম ট্ৰফি দিবা-নৈশ টি-২০ ক্ৰিকেট টুৰ্নামেণ্টৰ ফাইনেল খেলত দিল্লী অ’এনজিচিয়ে ডিব্ৰুগড় ক্ৰিকেট ক্লাবক ৬ টা উইকেটত পৰাজিত কৰে।

 প্ৰথমে বেটিং কৰা ডিব্ৰুগড় ক্ৰিকেট ক্লাবে ২০ অ’ভাৰত ৮৬ ৰান সংগ্ৰহ কৰে। দলটোৰ ৰাজদীপ দাসে ৩৬ টা বলত ২৭ ৰান আৰু সুব্ৰজিত চাহুৱে ২০ ৰান সংগ্ৰহ কৰে।

Apply Now

 আনহাতে অ’ এন জি চিৰ সুমিত নাৰৱালে ৩ অ’ভাৰ ৩ টা বলত ১৬ ৰান দি ৪ টা উইকেট আৰু প্ৰবীণ গুপ্তাই ৪ অ’ভাৰত ১৫ ৰান দি ৩ টা উইকেট সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

 আনহাতে প্ৰত্যুত্তৰত অ’এনজিচি দলে ১৮ অ’ভাৰ ৩ টা বলত ৮৯ সংগ্ৰহ কৰি বিজয়ী হয়।

 অ’এনজিচি দলটোৰ লক্ষ্য ফানেজানে চাৰিটা বাউণ্ডেৰীসহ ২৮ টা বলত ২৬ ৰান সংগ্ৰহ  কৰাৰ লগতে মায়াঙ্ক টেহলানে ২৯ টা বলত ২ টা বাউণ্ডেৰীসহ ২২ ৰান সংগ্ৰহ কৰে। ইফালে ডিব্ৰুগড় ক্ৰিকেট ক্লাবৰ সমিক দাসে ২ টা উইকেট সংগ্ৰহ কৰে।

 অ’ এন জি চি দলটোৰ সুমিত নাৰৱাল আৰু মায়াঙ্ক টেহলানে মেন অব দা মেচ আৰু মেন অব দা ছিৰিজৰ সন্মান লাভ কৰে।

 ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী আৰু প্ৰসিদ্ধ ব্যৱসায়ী যুগল কিশোৰ মহন্তই অ’ এন জি চি দিল্লীক বিজয়ী ট্ৰফী প্ৰদান কৰে।

 টুৰ্নামেণ্টখনত বিজয়ী দলে ১ লাখ টকাৰ চেক লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছআপৰ দলে ৫০,০০০ টকাৰ চেক লাভ কৰে।

 উক্ত টুৰ্নামেণ্টখনত মুখ্য অতিথি হিচাপে উপস্থিত থকা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীয়ে কয় যে তেওঁ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণভাৱে টি-২০ ক্ৰিকেট খেল পৰিদৰ্শন কৰিছে। লগতে তেওঁ কয় যে এনেধৰণৰ ক্ৰিকেট টুৰ্নামেণ্টে বিভিন্ন অঞ্চলত থকা প্ৰতিভাৱান খেলুৱৈ সকলক বিচাৰি উলিওৱাত সহয়া কৰে আৰু ইয়াৰ বাবে তেওঁ টুৰ্নামেণ্টখন আয়োজন কৰা অয়োজক সকলক তেওঁ ধন্যাবদ জ্ঞাপন কৰে।

 উক্ত ক্ৰিকেট টুৰ্নামেণ্টখন অসম ক্ৰিকেট এছ’চিয়েচনৰ ডিব্ৰুগড় ক্ৰিকেট ক্লাবে আয়োজন কৰিছিল আৰু এই টুৰ্নামেণ্টত ১৬ টা দলে অংশ গ্ৰহণ কৰিছিল।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm
গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

June 19, 2026 5:21 pm
পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

June 19, 2026 4:53 pm
টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

June 19, 2026 4:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm
গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

June 19, 2026 5:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd