• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিনৰ ফিল্মফেয়াৰৰ প্ৰতি সমৰ্থনক সন্মান জনালেও তাত উপস্থিত নাথাকে বৰষাৰাণী বিষয়াই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 6, 2020 6:14 pm
f6141a91-ce7f-4a67-b9bf-0d93063f4c3a

বৃহস্পতিবাৰে সংবাদমেলত অভিনেত্ৰী বৰষাৰাণী বিষয়া। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব তথা কা বিৰোধী আন্দোলনত শিল্পীসমাজক নেতৃত্ব দিয়া জুবিন গাৰ্গৰ ফিল্মমফেয়াৰৰ প্ৰতি সমৰ্থনক সন্মান জনাইয়ো তাত সহযোগ নকৰে বৰষাৰাণী বিষয়াই।

আজি জুবিন গাৰ্গ, ৰবি শৰ্মা, মানস ৰবীনৰ সৈতে যুটীয়াভাৱে সম্বোধন কৰা সংবাদমেলত আমাৰ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ফিল্মফেয়াৰত সহযোগ নকৰো বুলি নিজৰ স্থিতি স্পষ্ট কৰে অভিনেত্রীগৰাকীয়ে।

Apply Now

আমাৰ সাংবাদিকৰ প্ৰশ্ন, ‘যিহেতু কা বিৰোধী আন্দোলনত অতি সক্ৰিয়তাৰে শিল্পী সমাজে অংশগ্ৰহণ কৰিছে, এনেক্ষেত্ৰত ফিল্ম ফেয়াৰত অসমৰ শিল্পী সমাজে সহযোগিতা কৰিবনে?’

আমাৰ সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰ দি বৰষাই কয়, ‘প্ৰত্যেকৰে ব্যক্তিগতভাৱে চিন্তা আৰু স্থিতি বেলেগ বেলেগ হ’ব পাৰে। সকলোৰে চিন্তা বা সিদ্ধান্তক সন্মান জনাই মই মোৰ স্থিতিৰ কথা কওঁ যে ফিল্মফেয়াৰৰ ক্ষেত্ৰত মোৰ স্থিতি এতিয়াও একে থাকিব। ফিল্মফেয়াৰ হৈছে বা নাই হোৱা, আচলতে বৰষাৰাণী বিষয়াৰ তাত কিবা এটা কোৱাৰো যোগ্যতা আছে নে নাই নাজানো, কিন্তু মোৰ ব্যক্তিগতভাৱে এইটোৱেই স্থিতি যে মই ফিল্মফেয়াৰত সহযোগ নকৰো।‘

তদুপৰি, ফিল্মফেয়াৰত অংশগ্ৰহণ নকৰাৰ কাৰণ বাখ্যা কৰি বৰষাই কয়, ‘কিয়নো ৰাইজে আৰ্তনাদ কৰাৰ পাছতো, কা ৰ বিৰুদ্ধে ৰাজপথত ওলাই প্ৰতিবাদ কৰিলে, তথাপি চৰকাৰখনে কোনো কেৰেপেই নকৰিলে গতিকে তাত দুখ পাইছো আৰু ফিল্মফেয়াৰত সহযোগ নকৰো বুলি স্থিতি স্পষ্ট কৰিছো।

অৱশ্যে, ফিল্মফেয়াৰক লৈ জুবিন গাৰ্গৰ সমৰ্থনৰ প্ৰতি সন্মান জনাই ফিল্মফেয়াৰৰ দৰে অনুষ্ঠান অসমত হ’ব লাগে বুলি মত পোষণ কৰে বৰষাই।

তেওঁ কয়, ‘যেতিয়া অসমক প্ৰতিনিধিত্ব কৰিবলৈ বাহিৰলৈ যাওঁ, তেতিয়া ইংৰাজীত অসমৰ বিষয়ে সুধিলে নাই শুনা বুলি ক’লে মোৰ দুখ লাগে। গতিকে এনেকুৱা এটা অনুষ্ঠান অসমত হ’লে অসমৰ নাম সমগ্ৰ বিশ্বত প্ৰতিধ্বনিত হ’ব। গৌৰৱ অনুভৱ কৰিছো বিশ্ববাসীয়ে অসমৰ বিষয়ে জানিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এখন ঠাইৰ পৰ্য্যটন উদ্যোগটোৰ যেতিয়া উন্নতি হয়, তেতিয়া ঠাইখনৰ কিন্তু আৰ্থিক দিশ বা নিবনুৱা সমস্যাৰ সমাধান পোৱা যায়।‘

ইপিনে, একেখন সংবাদমেলত উপস্থিত থাকি জুবিন গাৰ্গে ফিল্মফেয়াৰ হ’ব লাগে বুলি মন্তব্য কৰাৰ লগতে কয়, ‘ফিল্মফেয়াৰ, sports এইবোৰ বেলেগ বস্তু, কা বিৰোধী আন্দোলনো বেলেগ।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd