• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

AK203-ত কৈ আমেৰিকান SIGSauer ৰাইফলক ভাৰতৰ অগ্ৰাধিকাৰ; অসন্তুষ্ট ৰাছিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
February 7, 2020 5:00 pm
Rifle

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত-আমেৰিকাৰ সামৰিক চুক্তি অনুসৰি ভাৰতে শেহতীয়াকৈ আমেৰিকাৰ পৰা ৭২,৪০০ টা SIGSauer এছল্ট ৰাইফল ক্ৰয় কৰিবলৈ লোৱা সিদ্ধান্তই ৰাছিয়াক অসন্তুষ্ট কৰিছে।

ভাৰত আৰু ৰাছিয়াৰ মাজত ৬.৫ লাখ একে-২০৩ এছল্ট ৰাইফলৰ ঠাইত INSAS ৰাইফলৰ ক্ৰয় কৰাৰ কথা-বাৰ্তা চলি থকাৰ সময়তে ভাৰত-আমেৰিকাৰ মাজত এই চুক্তি সম্পন্ন হয়।

Apply Now

‘‘চিগ চ’ৱেৰ ৰাইফলৰ উদ্দেশ্য কি আমি নাজানো কাৰণ সাধাৰণতে ইয়াক ছেমি অট’মেটিক ৰাইফল হিচাপেহে ব্যৱহাৰ কৰা হয় পৰম্পৰাগত সেনাই ইয়াক ব্যৱহাৰ কমকৈ কৰে। ভাৰতে কেনেদৰে ব্যৱহাৰ কৰিব, কোন সৈন্য বাহিনীক দিব অথবা পৰিকল্পনা কি আমি নাজানো,’’ কালাচনিকোভ গ্ৰুপৰ প্ৰতিনিধি এগৰাকীয়ে কয়।

একে-২০৩ সন্দৰ্ভত মত ব্যক্ত কৰি প্ৰতিনিধি গৰাকীয়ে কয় যে, এতিয়াও যুদ্ধ ক্ষেত্ৰত এই ৰাইফল অতি সঠিক আৰু তীক্ষ্ণ।

‘‘এতিয়া এই সিদ্ধান্ত ভাৰতীয়া সেনা বাহিনীৰ হাতত তেওঁলোকে কি ৰাইফল ব্যৱহাৰ কৰিব বিচাৰে কিন্তু মই ভাৱো একে-২০৩ আটাইতকৈ সঠিক ৰাইফল,’’ তেওঁ লগতে কয়।

একে-২০৩ ক একে-৪৭ ৰ নতুন আৰু সংবৰ্ধিত সংস্কৰণ বুলি উল্লেখ কৰি ৰাছিয়াৰ প্ৰতিনিধি গৰাকীয়ে কয় যে ভাৰতীয় সেনাবাহিনী এই শ্ৰেণীৰ ৰাইফলৰ লগত চিনাকী আৰু অতি পাৰদৰ্শিতাৰে ইয়াক চলাব জানে।

উল্লেখযোগ্য যে, ভাৰত-ৰাছিয়াৰ যুটীয়া সামৰিক চুক্তি অনুসৰি উত্তৰ প্ৰদেশৰ আমেথিত একে-২০৩ ৰাইফল থলুৱাভাৱে উৎপাদন কৰাৰ বুজাপৰা হৈছিল।

ভাৰতীয় সেনাবাহিনীয়ে ২০১৯ চনত প্ৰথম বাৰৰ বাব আমেৰিকান SIGSauer ৰাইফল ব্যৱহাৰ কৰিছিল। ইতিমধ্যে সেনাবাহিনীয়ে ইয়াৰ বাবে গুলী ক্ৰয় কৰাও আৰম্ভ কৰিছে।

প্ৰায় ২১ লাখ ৰাউণ্ড SIGSauer ৰাইফলৰ গুলী ভাৰতে ক্ৰয় কৰাৰ বাবে অৰ্ডাৰ কৰিছে।

ভাৰতীয় সেনা বাহিনীৰ নৰ্থাৰ্ণ কামাণ্ডে প্ৰায় ১০,০০০ ত কৈ অধিক SIGSauer-৭১৬ ৰাইফল ব্যৱহাৰ কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

June 17, 2026 12:59 pm
কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd