• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

AK203-ত কৈ আমেৰিকান SIGSauer ৰাইফলক ভাৰতৰ অগ্ৰাধিকাৰ; অসন্তুষ্ট ৰাছিয়া

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 7, 2020 5:00 pm

2 min read

Rifle

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

28.7k
VIEWS
Share on FacebookShare on Twitter

ভাৰত-আমেৰিকাৰ সামৰিক চুক্তি অনুসৰি ভাৰতে শেহতীয়াকৈ আমেৰিকাৰ পৰা ৭২,৪০০ টা SIGSauer এছল্ট ৰাইফল ক্ৰয় কৰিবলৈ লোৱা সিদ্ধান্তই ৰাছিয়াক অসন্তুষ্ট কৰিছে।

ভাৰত আৰু ৰাছিয়াৰ মাজত ৬.৫ লাখ একে-২০৩ এছল্ট ৰাইফলৰ ঠাইত INSAS ৰাইফলৰ ক্ৰয় কৰাৰ কথা-বাৰ্তা চলি থকাৰ সময়তে ভাৰত-আমেৰিকাৰ মাজত এই চুক্তি সম্পন্ন হয়।

‘‘চিগ চ’ৱেৰ ৰাইফলৰ উদ্দেশ্য কি আমি নাজানো কাৰণ সাধাৰণতে ইয়াক ছেমি অট’মেটিক ৰাইফল হিচাপেহে ব্যৱহাৰ কৰা হয় পৰম্পৰাগত সেনাই ইয়াক ব্যৱহাৰ কমকৈ কৰে। ভাৰতে কেনেদৰে ব্যৱহাৰ কৰিব, কোন সৈন্য বাহিনীক দিব অথবা পৰিকল্পনা কি আমি নাজানো,’’ কালাচনিকোভ গ্ৰুপৰ প্ৰতিনিধি এগৰাকীয়ে কয়।

একে-২০৩ সন্দৰ্ভত মত ব্যক্ত কৰি প্ৰতিনিধি গৰাকীয়ে কয় যে, এতিয়াও যুদ্ধ ক্ষেত্ৰত এই ৰাইফল অতি সঠিক আৰু তীক্ষ্ণ।

‘‘এতিয়া এই সিদ্ধান্ত ভাৰতীয়া সেনা বাহিনীৰ হাতত তেওঁলোকে কি ৰাইফল ব্যৱহাৰ কৰিব বিচাৰে কিন্তু মই ভাৱো একে-২০৩ আটাইতকৈ সঠিক ৰাইফল,’’ তেওঁ লগতে কয়।

একে-২০৩ ক একে-৪৭ ৰ নতুন আৰু সংবৰ্ধিত সংস্কৰণ বুলি উল্লেখ কৰি ৰাছিয়াৰ প্ৰতিনিধি গৰাকীয়ে কয় যে ভাৰতীয় সেনাবাহিনী এই শ্ৰেণীৰ ৰাইফলৰ লগত চিনাকী আৰু অতি পাৰদৰ্শিতাৰে ইয়াক চলাব জানে।

উল্লেখযোগ্য যে, ভাৰত-ৰাছিয়াৰ যুটীয়া সামৰিক চুক্তি অনুসৰি উত্তৰ প্ৰদেশৰ আমেথিত একে-২০৩ ৰাইফল থলুৱাভাৱে উৎপাদন কৰাৰ বুজাপৰা হৈছিল।

ভাৰতীয় সেনাবাহিনীয়ে ২০১৯ চনত প্ৰথম বাৰৰ বাব আমেৰিকান SIGSauer ৰাইফল ব্যৱহাৰ কৰিছিল। ইতিমধ্যে সেনাবাহিনীয়ে ইয়াৰ বাবে গুলী ক্ৰয় কৰাও আৰম্ভ কৰিছে।

প্ৰায় ২১ লাখ ৰাউণ্ড SIGSauer ৰাইফলৰ গুলী ভাৰতে ক্ৰয় কৰাৰ বাবে অৰ্ডাৰ কৰিছে।

ভাৰতীয় সেনা বাহিনীৰ নৰ্থাৰ্ণ কামাণ্ডে প্ৰায় ১০,০০০ ত কৈ অধিক SIGSauer-৭১৬ ৰাইফল ব্যৱহাৰ কৰি আছে।

Recent News

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd