• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় যজ্ঞ মহোৎসৱৰ বিশাল আয়োজন 

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
February 7, 2020 8:55 pm
Nagaon story

শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তগত ভেৰভেৰী গাঁৱৰ নৰসিংহ ক্ষেত্রৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰাঙ্গণত অদ্বিতীয় মৃত্যুঞ্জয় সাধক বাবা শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজ প্ৰাৰব্ধ ১৮তম শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় যজ্ঞ মহোৎসৱ অহা ৯ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰী তাৰিখলৈকে পাঁচদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।

এই পাঁচদিনীয়া বিস্তৃত কাৰ্যসূচীত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰৰ পৰা ২৮জন বেদব্যাস পণ্ডিতে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

Apply Now

৯ ফেব্ৰুৱাৰীৰ পৰা পাঁচদিনীয়াকৈ আৰম্ভ হোৱা কাৰ্যসূচী সমূহ হৈছে ক্ৰমে- ৯ ফেব্ৰুৱাৰী ৰাতিপুৱা ৬ বজাত-নগৰ পৰিক্ৰমা, বেদধ্বনি। ৰাতিপুৱা ৮-৩০ বজাত- ব্ৰাহ্মণ বৰণ।

ৰাতিপুৱা ১০ বজাত-৪৫জন বেদব্যাস পণ্ডিতৰ দ্বাৰা গুৰু পুজন।

ৰাতিপুৱা ১০-৩০ বজাত- স্বামী নিগমা নন্দৰ দ্বাৰা ধৰ্মধ্বজা উত্তোলন।

দিনৰ ১১ বজাত-জপ-যজ্ঞ আৰম্ভন। দুপৰীয়া ১২-৩০ বজাত-শ্ৰীশ্ৰী বিষ্ণু সহস্ৰ নাম পাঠ।

সন্ধিয়া ৬ বজাত- শ্ৰীমহামৃত্যুঞ্জয় যজ্ঞৰ অধিবাস ও মুৰ্ত্তি স্থাপন।

‍১০ ফেব্ৰুৱাৰি ৰাতিপুৱা ৬ বজাত-নগৰ পৰিক্ৰমা,বেদধ্বনি। ৰাতিপুৱা ৮ বজাত- আকাশীগঙ্গাত জলাৰোহন। ৰাতিপুৱা ১০ বজাত-যজ্ঞৰ আহুতি প্ৰদান।

দুপৰীয়া ১২-৩০ বজাত-শ্ৰীশ্ৰী বিষ্ণু সহস্ৰ নাম পাঠ। বিয়লি ১বজাত-আপ্যায়ণ। সন্ধিয়া ৬ বজাত-ব্যাস পণ্ডিতৰ দ্বাৰা আৰতি।

১১ ফেব্ৰুৱাৰী পুৱা ৬ বজাত:- নগৰ পৰিক্ৰমা, বেদধ্বনি। পুৱা ৮ বজাত-যজ্ঞৰ আহুতি প্ৰদান। দুপৰীয়া ১১ বজাত-মহামন্ত্র সমূহৰ ভাষ্যসহ বাবা ভৃগুগিৰি মহাৰাজৰ দ্বাৰা অসমীয়া অনুবাদ বিশ্বৰ সৰ্বোত্তম গ্ৰন্থ “অথৰ্ব বেদ” উন্মোচন।

গ্ৰন্থখনি উন্মোচন কৰিব বিত্ত, স্বাস্থ্য আৰু গড়কপ্তানী বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আৰু লগত উপস্থিত থাকিব বেদ গৱেষক স্বামী নিগমানন্দ।

ইয়াৰ পাছতে বিভিন্ন কাৰ্য্যসূচীৰ অন্তত শ্ৰী শ্ৰীমহামৃত্যুঞ্জয় যজ্ঞৰ পূৰ্ণাহুতি অনুষ্ঠিত হ’ব।

আনহাতে, শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় যজ্ঞৰ পূৰ্ণাহুতিত ইচ্ছুক ভক্ত সকলে অংশ গ্ৰহণ কৰিব বিচাৰিলে কাৰ্য্যালয়ৰ লগত আগতীয়াকৈ যোগাযোগ কৰিব পাৰে।

উল্লেখযোগ্য যে, নগাঁৱৰ ভেৰভেৰীস্থিত নৰসাংহ ক্ষেত্ৰত ১২৬ ফুট উচ্চতা সামৰি নিৰ্মীয়মান অৱস্থাত থকা শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ ভাগ সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ হিচাপে এই বছৰৰ ভিতৰতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd