• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অযোধ্যা ৰায়ৰ বাবে নিজকে চিকুনাবলৈ তিনি দশক অপেক্ষা কৰিছিল এইজন চেলুনৰ গৰাকীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 9, 2020 11:17 am
Three_decades

ফটো: নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰামভক্ত বা গেৰুৱা প্ৰীতি। ‘আৰ এছ এছ হেয়াৰ ষ্টাইল’ নামৰ চেলুনৰ গৰাকী বাংগালুৰুৰ ৰাজাজী নগৰৰ অধিনাৰায়নে(৬৫)অৱশেষত নিজৰ চুলি-দাড়ি চিকুনাই ল’লে। অৱশ্যেই, আপুনি ইয়াত নিজৰ চখৰ হেয়াৰ কাট কটাবও পাৰে।

লক্ষ্মীনাৰায়নপুৰত চেলুন খোলা এই গৰাকী লোকৰ চেলুনত পুৱা ৫.৩০ বজাৰ পৰাই চুলি-দাড়ি কটাবলৈ অহা গ্ৰাহকৰ লানি লাগে।

Apply Now

কিন্তু এই লোকজনে নিজেই অলপতে নিজৰ চুলি-দাঢ়ি কটাই চিকুন হৈ ল’লে।

নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি, অধিনাৰায়নে ২৭ বছৰ পূৰ্বে অযোধ্যা বিবাদে দেশত আলোড়ন সৃষ্টি কৰাৰ সময়তে শপত খাইছিল যে যেতিয়ালৈকে ৰাম জন্মভূমি বিবাদ নিষ্পত্তি নহয় তেতিয়ালৈকে তেওঁ নিজৰ চুলি নকটায় বা দাড়ি চিকুন নকৰে।

২০১৯ৰ নৱেম্বৰত যেতিয়া ভূমি বিবাদ অৱশেষত উচ্চতম ন্যায়ালয়ত নিষ্পত্তি হ’ল অধিনাৰায়নে শুভেচ্ছামূলক যাত্ৰাত অযোধ্যালৈ যায় আৰু নিজৰ চুলি-দাড়ি চিকুনাই লয়। তেওঁ এই দিনটোৰ বাবে প্ৰায় তিনি দশক অপেক্ষা কৰিবলগীয়া হৈছিল।

অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰৰ অধিনাৰায়নে প্ৰায় ৪৬ বছ পূৰ্বে গৃহ চহৰখনত চেলুনৰ দক্ষতা আহৰণ কৰাৰ পাছত বাংগালুৰুলৈ গৈছিল।

প্ৰভু ৰামৰ এগৰাকী একান্ত ভক্ত অধিনাৰায়নে প্ৰায়ে অযোধ্যালৈ গৈছিল। তেওঁ বৰ্তমান ৰাজ্যখনৰ প্ৰাথমিক তথা মাধ্যমিক শিক্ষা বিভাগৰ মন্ত্ৰী সুৰেশ কুমাৰৰ সৈতে কৰ্ণাটকৰ এটা দলৰ সৈতে ১৯৯২ চনত তালৈ গৈছিল।

‘’মই অযোধ্যাত ১৫ দিন আছিলো, মই মোৰ দোকান বন্ধ কৰি তালৈ গৈছিলো,’’-তেওঁ কয়।

তাত থকা সময়ছোৱাতে তেওঁ শপত লৈছিল যে ৰাম মন্দিৰ বিবাদ নিষ্পত্তি নোহোৱা পৰ্যন্ত তেওঁ চুলি নকটায় আৰু সেইদৰে সুদীৰ্ঘ ২৭ বছৰ ধৰি চুলিত কেচি লগোৱা নাছিল।

‘’মই গ্ৰাহকৰ চুলি কাটি চিকুনাও, কিন্তু কেতিয়াও মোৰ খিনি কটাৰ অনুভৱ কৰা নাছিলো। অৱশেষত মই বাঢ়ি থকা চুলিখিনি প্ৰভু শ্ৰী ৰামৰ নামত কটাই ল’লো,’’-নিউ ইণ্ডিয়ান এক্সপ্ৰেছত অধিনাৰায়নৰ উদ্ধৃতিৰে কোৱা হৈছে।

পৰিয়ালৰ সদস্যসকলে বাৰে বাৰে তেওঁৰ পৰিৱৰ্তিত চেহেৰাৰ কথা সোঁৱৰাই দি কাটিবলৈ কৈ আহিলেও তেওঁ নিজৰ শপত ভংগ কৰা নাছিল।

তেওঁৰ তিনিজন সন্তানৰ এজনে তেওঁক কামত সহায় কৰিবলৈ আৰম্ভ কৰিছে।

অধিনাৰায়ন এজন আৰ আৰ এছৰ কৰ্মী আৰু তেওঁৰ চাল-চলন তথা আচাৰ-ব্যৱহাৰেৰে এজন সম্পূৰ্ণ ৰাম ভক্ত।

‘’যদিও মই চেলুনখন প্ৰায় ২৫ বছৰ আগতে এখন সাধাৰণ দোকান হিচাপে আৰম্ভ কৰিছিলো,মি ইয়াৰ নাম দিয়া নাছিলো। পাছত মই ইয়াৰ নাম ৰাখিলো ‘আৰ এছ এছ হেয়াৰ ষ্টাইল’,-তেওঁ কয়।

অধিনাৰায়নৰ এতিয়া এটাই সপোন আৰু সেয়া হৈছে বৰ্তমান প্ৰস্তুতি চলি থকা অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাটো চোৱা।

কিন্তু তেওঁৰ বাবে এতিয়াও সেই ইচ্ছাৰ বাবে ৰাখিব আন এটা সংকল্প। ‘’মই আকৌ শপত খাইছো আৰু মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱালৈকে মোৰ চুলি নকটাও। তাৰ পাছত মই অযোধ্যালৈ গৈ মোৰ চুলি কটাম,’’-অধিনাৰায়নে নিজৰ সংকল্পৰ কথা দোহাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd