• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেলনীয়া প্লাষ্টিক বটলেৰে অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিব হাইলাকান্দি জিলা প্ৰশাসনে

"নিয়োগহীনতা, আৱৰ্জনা আৰু গৃহহীনতা সমস্যাৰ সমাধানলৈ বৰঙনি দিব"

এন ই নাও নিউজ by এন ই নাও নিউজ
February 9, 2020 6:01 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাইলাকান্দি জিলাৰ এটা অংগনৱাড়ী কেন্দ্ৰ পেলনীয়া প্লাষ্টিক বটল আৰু আন জৈৱিকভাৱে অপচনীয় সামগ্ৰীৰে নিৰ্মাণ কৰা হ’ব।

জিলাখনৰ অতিৰিক্ত উপায়ুক্ত আৰ কে ডামে কয় যে লালা ব্লকৰ সিংহল অঞ্চলত থকা এই কেন্দ্ৰটো ৩.৪৬ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব।

Apply Now

জিলা প্ৰশাসনৰ উপৰি য়ু এন ডি পি, ৰাজ্যিক শিক্ষা, সমাজ কল্যাণ আৰু গড়কাপ্টানী বিভাগো প্ৰকল্পটোৰ অংশ হ’ব, বিষয়াজনে কয়।

কৌশলটোৰ বিৱৰণ দি তেওঁ কয় যে Ecobricks বুলি কোৱা এই আৱৰ্জনাপূৰ্ণ প্লাষ্টিকৰ ইটাবোৰ মজবুত কৰি ধৰি ৰাখিবলৈ তৰল চিমেণ্ট ব্যৱহাৰ কৰা হ’ব।

ভূমিকম্পৰ সৈতে স্থিতাৱস্থাত থাকিব পৰা ঘৰটোৰ কোঠাবোৰ এই ইক’ব্ৰিকৰ মাজত ফুটা কৰি ভেণ্টিলেশ্যনযুক্ত কৰা হ’ব।

প্লাষ্টিক বৰ্জন অভিযানৰ অংশ হিচাপে জিলা প্ৰশাসনে ৭ ফেব্ৰুৱাৰিত এটা কৰ্মশালা আৰু এটা সমদলৰ আয়োজন কৰে, য’ত কেনেকৈ প্লাষ্টিক বটলবোৰ ইক’ব্ৰিকলৈ সলনি কৰিব পাৰি সেই সম্পৰ্কীয় সজাগতা সৃষ্টিৰ চেষ্টা কৰা হয়।

হাইলাকান্দি পৌৰ সভাৰ সহযোগত অনুষ্ঠিত সমদলটো শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত ডামে। শিশুসকলেও ইয়াত অংশগ্ৰহণ কৰে।

“এতিয়াৰ পৰা তোমালোকে হাতত থকা প্লাষ্টিকৰ বটলটোক পেলাই দিব লগীয়া জাবৰ বুলি নাভাবিবা। ইয়াক বেলেগ এটা বস্তু বনোৱাৰ আধাৰ বুলি ধৰিবা”, ডামে শিশুসকলক উদ্দেশ্যি কয়।

তেওঁ এই ইক’ব্ৰিকৰ ধাৰণাটো গুৱাটেমালাত প্ৰথমে উদ্ভাৱন হৈছিল বুলি জানিবলৈ দিয়ে।

ইয়াৰ জৰিয়তে আৱৰ্জনা এটা মজবুত আৰু ক্ৰয়সাধ্য নিৰ্মাণ সামগ্ৰীত পৰিণত হয় আৰু একে সময়তে, নিয়োগহীনতা, আৱৰ্জনা আৰু গৃহহীনতাৰ সমস্যাকেইটাও সমাধান হৈছে, তেওঁ কয়।

তেওঁ লগতে ইক’ব্ৰিক আৱৰ্জনা নিষ্কাশনৰ এটা সুকীয়া ধৰণ বুলিও কয়।

“জিলা প্ৰশাসনে ইতিপূৰ্বে প্লাষ্টিক বেংক স্থাপন কৰিছে, য’ত নাগৰিকসকলে ছিংগল-য়ুজ প্লাষ্টিক সামগ্ৰী জমা দিয়ে। পিছত এইবোৰ ইক’ব্ৰিকত পৰিণত কৰা হয়”, ডামে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

September 25, 2026 4:35 pm
অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm
জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

September 25, 2026 2:39 pm
পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

September 25, 2026 4:35 pm
অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd