• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্ন; পুনৰ অসমীয়া যুৱকৰ আলফা স্বাধীনত যোগদান

এন ই নাও নিউজ by এন ই নাও নিউজ
February 11, 2020 3:02 pm
Untitled

সমীৰণ সোণোৱাল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেঙেৰীৰ নগাপথাৰ গাঁৱৰ সমীৰণ সোণোৱাল নামৰ এজন যুৱকে শেহতীয়াকৈ আলফা স্বাধীনত যোগ দিয়া বুলি ওলোৱা খবৰে বিশেষ চৰ্চা লাভ কৰিছে।

এই পৰ্যন্ত নিশ্চিত হোৱা নাই যদিও যুৱকজনে সংগঠনটোত যোগ দিয়া বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

Apply Now

উল্লেখ্য যে যুৱকজনে সোমবাৰে নিজৰ ফেইচবুক একাউণ্টৰ জৰিয়তে সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰি সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) ত যোগদান কৰাৰ কথা ৰাজহুৱা কৰে।

যুৱকজনে নিজৰ ফেইচবুক প’ষ্টটোত লিখে, ‘আজি মই বিনা দ্বিধাই ক’ব পাৰোঁ যে অসমৰ দল-সংগঠন বিলাক ভৱিষ্যতৰ ৰাজনৈতিক দালাল বনোৱা একো একোটা কাৰাখানা মাথোঁ। সেয়হে আজি মই মোৰ স্ব-জ্ঞানেৰে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) ত যোগদান কৰিবলৈ ওলাই আহিলো।

যুৱকজনৰ ফেইচবুক প’ষ্টটো ইয়াত সন্নিৱিষ্ট কৰি দিয়া হ’ল

অসমত শেহতীয়াভাৱে দেখা দিয়া পৰিস্থিতিৰ বাবেই আলফা(স্বাঃ)ৰ প্ৰতি যুৱ সমাজৰ আকৰ্ষণ বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে।

ৰাজ্যখনৰ বিভিন্ন অংশত বহু সংখ্যক যুৱকে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিবলৈ লোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

June 17, 2026 5:26 pm
আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm
পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

June 17, 2026 3:48 pm
জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

June 17, 2026 3:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

June 17, 2026 5:26 pm
আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd