• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্ন; পুনৰ অসমীয়া যুৱকৰ আলফা স্বাধীনত যোগদান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 11, 2020 3:02 pm

1 min read

Untitled

সমীৰণ সোণোৱাল

3k
VIEWS
Share on FacebookShare on Twitter

পেঙেৰীৰ নগাপথাৰ গাঁৱৰ সমীৰণ সোণোৱাল নামৰ এজন যুৱকে শেহতীয়াকৈ আলফা স্বাধীনত যোগ দিয়া বুলি ওলোৱা খবৰে বিশেষ চৰ্চা লাভ কৰিছে।

এই পৰ্যন্ত নিশ্চিত হোৱা নাই যদিও যুৱকজনে সংগঠনটোত যোগ দিয়া বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

উল্লেখ্য যে যুৱকজনে সোমবাৰে নিজৰ ফেইচবুক একাউণ্টৰ জৰিয়তে সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰি সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) ত যোগদান কৰাৰ কথা ৰাজহুৱা কৰে।

যুৱকজনে নিজৰ ফেইচবুক প’ষ্টটোত লিখে, ‘আজি মই বিনা দ্বিধাই ক’ব পাৰোঁ যে অসমৰ দল-সংগঠন বিলাক ভৱিষ্যতৰ ৰাজনৈতিক দালাল বনোৱা একো একোটা কাৰাখানা মাথোঁ। সেয়হে আজি মই মোৰ স্ব-জ্ঞানেৰে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) ত যোগদান কৰিবলৈ ওলাই আহিলো।

যুৱকজনৰ ফেইচবুক প’ষ্টটো ইয়াত সন্নিৱিষ্ট কৰি দিয়া হ’ল

অসমত শেহতীয়াভাৱে দেখা দিয়া পৰিস্থিতিৰ বাবেই আলফা(স্বাঃ)ৰ প্ৰতি যুৱ সমাজৰ আকৰ্ষণ বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে।

ৰাজ্যখনৰ বিভিন্ন অংশত বহু সংখ্যক যুৱকে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিবলৈ লোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

Recent News

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd