• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উত্তৰ প্ৰদেশত বন্ধ হ’ব ১০৯ বছৰীয়া ঐতিহাসিক পুৰণি ৰেইল লাইন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2020 6:48 pm
Uttar Pradesh Story

উত্তৰ প্ৰদেশৰ ঐতিহাসিক ৰেইল লাইনৰ দৃশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতি শীঘ্ৰেই বন্ধ হ’ব উত্তৰ প্ৰদেশৰ দুধৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগেৰে যোৱা ১০৯ বছৰীয়া ঐতিহাসিক মিটাৰগজ ৰেইল লাইন।

দধুৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা মিটাৰগজ ৰেইল পথছোৱা উদ্যানখনৰ জীৱ-জন্তুৰ সুৰক্ষাৰ স্বাৰ্থত বন্ধ কৰিবলৈ ন্যায়ালয়ে ৰেইল বিভাগক নিদেৰ্শ দিছিল।

Apply Now

ন্যায়ালয়ৰ উক্ত নিৰ্দেশনাৰ ভিত্তিত ৰেইল বিভাগে লখিমপুৰ-মেইলানী সংযোগী ব্ৰডগজ ৰেইল পথছোৱা নিৰ্মাণ কৰি উলিয়াইছে।

ৰেইল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ১৭১ কিলোমিটাৰ দৈৰ্ঘ্যৰ নানপাৰা আৰু মেইলানী সংযোগী মিটাৰগজ ৰেইল পথছোৱা দুধৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ গৈছিল।

ৰে’লৱেই কৰ্তৃপক্ষই জনাইছে যে চলিত মাহত লখিমপুৰ-মেইলানী সংযোগী ব্ৰডগজ ৰে’লৱেই লাইন মুকলি কৰাৰ লগে লগেই বন্ধ কৰা হ’ব ১০৯ বছৰীয়া পুৰণি ঐতিসাহিক মিটাৰগজ ৰেইল পথছোৱা।

ইফালে বন্ধ কৰাৰ পিছত উক্ত মিটাৰগজ ৰেইল লাইনটো “ঐতিহ্য চিহ্ন”ৰূপে সংৰক্ষণ কৰি ৰখা হ’ব বুলি জনাইছে ৰে’লেৱই কৰ্তৃপক্ষই।

দুধৱা ব্যাঘ্ৰ্য সংৰক্ষণৰ পৰিচালক সঞ্জয় পাঠকে কয় যে “যোৱা ২০ বছৰত প্ৰায় ১০০ টা জন্তু ৰেইল দুৰ্ঘটনাত মৃত্যু ঘটিছে। তাৰ ভিতৰত হৰিণ, বাঘ, হাতী, গঁড় আৰু ঘৰিয়াল অন্যতম।”

উল্লেখ্য যে উক্ত মিটাৰগজ ৰেইল লাইন বন্ধ কৰি দিয়াৰ ফলত নানপাৰা আৰু মেইলানীৰ প্ৰায় ৩০ লক্ষাধিক লোকৰ দৈনিক যাতায়াতৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। কাৰণ এই অঞ্চলৰ লোকসকলৰ বৰ্হিবিশ্বৰ সৈতে যোগাযোগৰ একমাত্ৰ সম্বল হ’ল ৰেইল যাতায়াত।

উত্তৰ পূৱ ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া পংকজ সিঙে কয় যে নৱনিৰ্মিত দধুৱা ব্ৰডগজ ৰে’লৱে লাইনছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে।

জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে লগতে আৰু কয় যে বহ্রাইখ হৈ গন্দা-মেইলানী ৰেইল লাইনটো ১৯১১ চনতে শুভাৰম্ভ কৰা হৈছিল।ইফালে তাৰ পূৰ্বে ১৮৯২ চনত মেইলানী-চ’হেলা আৰু চ’হেলা-সোণাৰীপুৰ শাখাৰ ৰেইল লাইন সম্পূৰ্ণ হৈছিল ১৮৯৮ চনত। আনহাতে নানপাৰা-মিহিনপোৱা ৰেইল পথছোৱা সম্পূৰ্ণ কৰা হৈছিল ১৮৯২ আৰু মিহিনপোৱা-কাটাৰ্নিয়া ৰেইল পথছোৱা সম্পূৰ্ণ কৰা হৈছিল ১৮৯৮ চনত।

“সোণাৰীপুৰ-ক’দীয়ালঘাট ৰেইল পথছোৱা ১৯১১ চনত সম্পূৰ্ণ কৰাৰ পিছত কাটাৰ্নিয়াঘাট আৰু ক’লদীয়াঘাট শাখা ১৯৪৬ চনত সম্পূৰ্ণ কৰি যাতায়াত আৰম্ভ কৰা হৈছিল” বুলিও বিষয়া সিঙে জানিবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd