• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বলিউডৰ জনপ্ৰিয় গায়িকা নেহা কক্কৰ আৰু আদিত্য নাৰায়ণৰ বিবাহ সম্পন্ন! চ’ছিয়েল মেডিয়াত ভাইৰেল ভিডিঅ’

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2020 7:16 pm
1581590522_aditya-narayan-neha-kakkar

ভাইৰেল হোৱা ভিডিঅ'ৰ এক স্থিৰচিত্ৰ, উৎস- ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মায়ানগৰী মুম্বাইত সম্পন্ন হৈছে বলিউডৰ জনপ্ৰিয় গায়িকা নেহা কক্কৰ আৰু জনপ্ৰিয় গায়ক উদিত নাৰায়ণৰ একংৰ তথা গায়ক পুত্ৰ আদিত্য নাৰায়ণৰ বিবাহ!

নেহা কক্কৰৰ এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগেই বহু চৰ্চিত এই হাই ভল্টেজ বিবাহখনক লৈ ব্যাপক চৰ্চা হোৱাৰ পৰলক্ষিত হৈছে মায়া নগৰী মুম্বাইত।

Apply Now

উল্লেখ্য যে নেহা কক্কৰে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এটা ভিডিঅ’টোত দেখা গৈছে দুয়োৱে বিবাহপাশত বন্দী হোৱাৰ দৃশ্য!

উল্লেখ্য যে নেহা কক্কৰ আৰু আদিত্য নাৰায়ণৰ বিবাহক লৈ বিগত কিছুদিন ধৰি যথেষ্ট চৰ্চা চলি আছিল যদিও বিবাহসম্পন্ন হোৱা খবৰ নিশ্চিত হোৱা নাই।

ইপিনে ছ’নী টিভিৰ জনপ্ৰিয় সংগীত ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইড’লৰ একাদশ সংস্কৰণত বিচাৰক বিশাল দাদ্লানি আৰু শ্ব’ৰ প্ৰতিযোগীসকলৰ উপস্থিতিত এই বিবাহ সম্পন্ন হোৱা বুলি চৰ্চা লাভ কৰিছে সংবাদ মাধ্যমত।

নেহা কক্কৰে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ’টোত ইণ্ডিয়ান আইড’লৰ চেটত পৰম্পৰাগত পোছাক পৰিহিত দুয়োজনে ইজনে সিজনক মালা পিন্ধোৱা দেখা গৈছে। য’ত আদিত্য নাৰায়ণ আৰু নেহা কক্কৰক অতি সুখী হোৱা দেখা গৈছে।

ইফালে আদিত্য নায়াৰণৰ পিতৃ বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী উদিত নাৰায়ণে বিবাহৰ এই খবৰক নস্যাৎ কৰিছে। তেওঁ কয় যে এয়া ‘মিডিয়াৰ টি আৰ পি লাভৰ দৌৰ’ৰ এক ষ্টাণ্টহে। উদিত নাৰায়ণক এই সংক্ৰান্তত সোধা এক প্ৰশ্ন উত্তৰত কয় যে, আদিত্য বিবাহ পাশত আৱদ্ধ হ’লে তেওঁ অতি সুখীহে হ’ব।

‘আদিত্য হৈছে আমাৰ একমাত্ৰ সন্তান। তেৱঁৰ বিয়াখনৰ বাবে আমি অতি আগ্ৰহেৰে ৰৈ আছোঁ। যদি এই বিয়াৰ গুজৱ সত্য হয় তেনে পিতৃ-মাতৃ হিচাপে আমি অতিশয় সুখী হ’ম। কিন্তু আদিত্যই এতিয়াও আমাক এই বিষয়ে একো কোৱা নাই।’ এই বুলি কয় আদিত্যৰ পিতৃ উদিত নাৰায়ণে।

লগতে তেওঁ আৰু কয় যে, ‘মই ভাবোঁ ইণ্ডিয়ান আইডলৰ টি আৰ পি বঢ়োৱাৰ স্বাৰ্থত এই বিয়াৰ গুজৱ উলিওৱা হৈছে, য’ত নেহা কক্কৰ বিচাৰক আৰু আমাৰ পুত্ৰ একংৰ হিচাপে দায়িত্ব পালন কৰি আছে। মই আশা কৰোঁ এই বিয়াৰ গুজৱ সত্য প্ৰমাণিত হওক। নেহা এগৰাকী অতি ভাল আৰু সুন্দৰী ছোৱালী।তাইক বোৱাৰী হিচাপে পালে আমি অতিশয় সুখী হ’ম।’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd