• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰ’না ভাইৰাছৰ আতংক : অৰুণাচলী মানুহৰ কাষত বহিবলৈ অস্বীকাৰ বিমানযাত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2020 8:40 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছৰ আতংকত ভুগি থকা ভাৰতৰ একাংশ বিমানযাত্ৰীয়ে বিমানত অৰুণাচলী মানুহৰ কাষত বহিবলৈ অস্বীকাৰ কৰা এটা ঘটনা পোহৰলৈ আহিছে।

টাইমছ অব ইণ্ডিয়াত প্ৰকাশ পোৱা এটা বাতৰিমতে, বৃহস্পতিবাৰে নিশা দিল্লী-কলকাতা এখন বিমানত এজন বিমানযাত্ৰীয়ে তেওঁৰ বাবে নিৰ্দিষ্ট আসনখনৰ কাষত এজন অৰুণাচলী মানুহ থকা বাবে তাত বহিবলৈ অস্বীকাৰ কৰে।

Apply Now

বাতৰিটোত কোৱা হৈছে যে বিমানযাত্ৰীজনে এই আপত্তি কৰে অৰুণাচলী মানুহজনে হাঁচি মৰাৰ পিছতে।

অৱশ্যে ভাগ্যক্ৰমে আগৰ এটা শাৰীত এখন খালী আসন আছিল আৰু কেবিন ক্ৰিউজনে তেওঁক তাতে বহুৱায়।

বিমানসেৱাৰ কৰ্মচাৰী একাংশৰ মন্তব্য বুলি দাবী কৰি বাতৰিটোত কোৱা হৈছে, যোৱা ৭ ফেব্ৰুৱাৰিৰ পিছত এনেকুৱা দাবীবোৰ (আসন সলাই দিয়াৰ) বেছিকৈ উঠিছে।

৭ ফেব্ৰুৱাৰিত দিল্লী-পুনেৰ এয়াৰ ইণ্ডিয়াৰ বিমানত যোৱা এজন চীনা নাগৰিকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। তেওঁক ক’ৰ’না ভাইৰাছত আক্ৰান্ত বুলি সন্দেহ কৰা হৈছিল যদিও পিছত সেয়া নহয় বুলি প্ৰমাণিত হয়।

“এনেকুৱা বদ্ধমূল ধাৰণা কিছুমান অব্যাহত আছে। এইটো দুৰ্ভাগ্যজনক আৰু আমি বিমানযাত্ৰীসকলক বিজ্ঞানমনস্ক হ’বলৈ কৈছো”, এজন বিমান কৰ্মচাৰীৰ উদ্ধৃতি টাইমছ অব ইণ্ডিয়াত।

“তেতিয়া সমস্যা হয়, যেতিয়া বিমানত আসন ভৰ্তি থাকে। এনেকুৱা পৰিস্থিতিয়ে কেতিয়াবা আনকি বিমানৰ উৰণো বিলম্ব কৰে”, কৰ্মচাৰীজনে কয়।

বৃহস্পতিবাৰৰ ঘটনাটো সন্দৰ্ভত এজন এয়াৰ কমাণ্ডাৰে কয় যে তেওঁ কেবিন ক্ৰিউৰ অনুৰোধৰ পিছত কেইবাবাৰো হস্তক্ষেপ কৰিব লগীয়া হৈছিল।

“মই এইটো বুজাব লগীয়া হৈছিল যে কাষৰ আসনত থকা বিমানযাত্ৰীজন এজন ভাৰতীয় আৰু চীনৰ লগত কোনো সম্পৰ্ক নাই”, তেওঁ কয়।

বিমান পৰিচাৰকসকলে জানিবলৈ দিয়ামতে, কাহ-চৰ্দি হৈ থকা বতৰত এনেকুৱা সন্দেহৰ ঘটনা বেছি হৈছে।

আনহাতে, জানিব পৰামতে কিছুমান এয়াৰলাইনছে বিমানযাত্ৰীসকলৰ প্ৰতি স্পষ্ট কৰি দিছে যে “অযুক্তিকৰ অনুৰোধ”-এ তেওঁলোকক নমাই দিবলৈ বাধ্য কৰিব।

“কোনো পৰিস্থিতিতে আমি যাত্ৰীসকলক আন কোনোবাই সন্দেহ কৰিলে বুলিয়েই আঁতৰি যাবলৈ ক’ব নোৱাৰো”, এজনে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd