• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনি ঘণ্টীয়া বেজালি চিকিৎসাৰ পিছতে মৃত্যু দুই শিশুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2020 6:58 pm
Man found dead in Nagaon’s Samaguri

ফ'টো, ইন্টাৰনেট

1k
VIEWS
Share on FacebookShare on Twitter

তিনিণ্টীয়া বেজালি চিকিৎসাৰ অন্তত কৰুণভাৱে মৃত্যুক সাৱটি ল’লে দুটি শিশুৱে।

কৰুণ ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ মাদলা জিলাৰ গাজলে থানাৰ অন্তৰ্গত কদমতলী গাঁৱত।

জানিব পৰা মতে গাঁওখনৰ এখন আমবাৰীত খেলি সন্ধিয়া ঘৰলৈ উভতি অহাৰ পিছত চাৰিটাকৈ শিশু হঠাতে অসুস্থ হৈ পৰে। হঠাত শিশুকেইটিৰ মূৰৰ আৰু পেটৰ বিষ আৰম্ভ হয় আৰু লগে লগে বমি কৰিবলৈ ধৰে।

অসুস্থ হৈ পৰা লগে লগে স্থানীয় কবিৰাজৰ দ্বাৰা শিশুকেইটাৰ চিকিৎসা আৰম্ভ কৰা হয়। আমবাৰীখনত থকা অপদেৱতাই খেলি থকা শিশুকেইটিৰ শৰীৰত লম্ভা বুলি স্থানীয় লোকে সন্দেহ কৰাত পৰিয়ালৰ লোকে কবিৰাজৰ দ্বাৰা চিকিৎসা কৰাইছিল বুলি জানিব পৰা গৈছে।

স্থানীয় কবিৰাজে প্ৰায় দুঘণ্টা ধৰি অপদেৱতা খেদিবলৈ চেষ্টা চলোৱাৰ পিছতো সুস্থ হৈ নুঠাত অসুস্থ শিশকেইটিক মাদলা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

চিকিৎসালয়লৈ নি থকা পথতে এটি শিশুৰ মৃত্যু ঘটে আৰু আনটো শিশু চিকিৎসালয়ত চিকিৎচাধীন অৱস্থাত মৃত্যু ঘটে। অন্য দুটি শিশু বৰ্তমানেও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু চিকিৎসকে এতিয়া নিৰাপদ বুলি জানিবলৈ দিছে।

‘শিশু দুটিৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰু  তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।’ গাজলে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এইদৰে কয়।

গাজলে বিধান সভা সমষ্টিৰ বিধায়িকা দীপালি বিশ্বাসে এই সন্দৰ্ভত কয় যে ‘অপদেৱতাৰ দ্বাৰা শিশুকেইটা আক্ৰান্ত হোৱা বুলি সন্দেহ কৰি কবিৰাজে প্ৰায় ৩ ঘণ্টাৰো অধিক সময় চিকিৎসাৰ কৰাৰ ফলত শিশুকেইটিৰ অৱস্থা বেছি সংকটজনক হৈ পৰে।’

অন্ধবিশ্বাসত আক্ৰান্ত গাঁওবাসীয়ে কৈছে যে কিছু বছৰ পূৰ্বে গাঁওখনত অপদেৱতা প্ৰৱেশ কৰিছে আৰু তেতিয়াৰ পৰা এই অপশিক্তৰ দ্বাৰা কেইবাজনো গঞাৰ মৃত্যু ঘটিছে।অপদেৱতা খেদিবলৈ গাঁওবাসীয়ে চেষ্টা কিৰ থকা বুইলও গাঁওবাসীয়ে জনাইছে।

ইফালে নামপ্ৰকাশত অনিচ্ছুক এগৰাকী চিকিৎসকে কয় যে ‘খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলতহে শিশুকেইটি অসুস্থ হৈছিল।’

Recent News

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd