• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“সৰ্বাদা মোৰ বহু পুৰণা চিনাকি, ভদ্ৰতাৰ খাতিৰত মাত এষাৰ দিবই লাগিব”, মুখ্য মন্ত্ৰীৰে ফটো বিতৰ্কৰ পাছত জুবিন গাৰ্গ

“কা বিৰোধী আন্দোলন অব্যাহত থাকিব”, সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰিলে জুবিনে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 16, 2020 8:22 pm
Zubeen Sarba

সৰ্বানন্দ সোণোৱালক আলিংগন কৰা অৱস্থাত জুবিন গাৰ্গ।

597
VIEWS
Share on FacebookShare on Twitter

১৫ ফেব্ৰুৱাৰিত ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানলৈ যোৱা জুবিন গাৰ্গে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আলিংগন কৰা এখন ছবিক লৈ ছ’চিয়েল মিডিয়াত তুমুল চৰ্চা অব্যাহত থকাৰ মুহূৰ্ততে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় কন্ঠশিল্পীগৰাকীয়ে।

খাৰঘুলিস্থিত নিজৰ বাসগৃহত সংবাদ মাধ্যমৰ আগত জুবিনে ফটোখনক লৈ বিতৰ্ক হ’বলগীয়া একো নাই বুলি মন্তব্য কৰে। লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত পুৰণি চিনাকি বাবেই ইয়াক সৌজন্যৰ প্ৰকাশ বুলি কয়।

“ফটো কোনোবাই তুলি দিছে সেইটো মই নাজানো। সৰ্বা দা মোৰ বহু পুৰণা চিনাকি। ভদ্ৰতাৰ খাতিৰত তেওঁক মাত এষাৰ দিবই লাগিব। সেই কাৰণে মাত এষাৰ দিলো। গোটেই প্ৰগেমত মই নাছিলো। মাত্ৰ এঘন্টা থাকি ওলাই আহিছিলো। এইটোক লৈ বিতৰ্ক হ’বলগীয়া কোনো কথা নাই।”

ইপিনে, ‘কা’ বিৰোধী প্ৰতিবাদ অৱ্যাহত থাকিব বুলি মন্তব্য কৰি তেওঁ লগতে কয় “আমি ‘কা’ বিৰোধী প্ৰতিবাদত এতিয়াও লাগি আছো, তেতিয়াও লাগি আছিলো। ফিল্ম ফেয়াৰত গ’লো বুলিয়েই মই আন্দোলনৰ পৰা আঁতৰি অহাটো নুবুজায়। বহুতে তেনেধৰণে খবৰ উলিয়াবলৈ চেষ্টা কৰিছে।”

তেওঁ আৰু কয় “কা বিৰোধী প্ৰতিবাদ সদায় অব্যাহত থাকিব। স্থিতি সলনি কেতিয়াও নকৰো। মই তেনেকুৱা মানুহেই নহয়। যিটো বস্তু বেয়া পাওঁ সেইটো মুকলিকৈ কওঁ আৰু যিটো ভাল পাওঁ সেইটোও মুকলিকৈ কওঁ।”

তদুপৰি, “ক্ৰীড়া, গীত, চিনেমা ইত্যাদি বন্ধ কৰি দিলে আমাৰ ক্ষতি হ’ব” বুলি মন্তব্য কৰি শিল্পীজনে লগতে কয় “বহু লোক তাত জড়িত আছে। বহুতেই তাৰ পৰা পেটৰ ভাতমুঠি মোকলাই আছে। আন্দোলনৰ সমান্তৰালকৈ খেল, মিউজিক সকলো চলি থাকিব।”

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd