• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“সৰ্বাদা মোৰ বহু পুৰণা চিনাকি, ভদ্ৰতাৰ খাতিৰত মাত এষাৰ দিবই লাগিব”, মুখ্য মন্ত্ৰীৰে ফটো বিতৰ্কৰ পাছত জুবিন গাৰ্গ

“কা বিৰোধী আন্দোলন অব্যাহত থাকিব”, সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰিলে জুবিনে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 16, 2020 8:22 pm
Zubeen Sarba

সৰ্বানন্দ সোণোৱালক আলিংগন কৰা অৱস্থাত জুবিন গাৰ্গ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৫ ফেব্ৰুৱাৰিত ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানলৈ যোৱা জুবিন গাৰ্গে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আলিংগন কৰা এখন ছবিক লৈ ছ’চিয়েল মিডিয়াত তুমুল চৰ্চা অব্যাহত থকাৰ মুহূৰ্ততে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় কন্ঠশিল্পীগৰাকীয়ে।

খাৰঘুলিস্থিত নিজৰ বাসগৃহত সংবাদ মাধ্যমৰ আগত জুবিনে ফটোখনক লৈ বিতৰ্ক হ’বলগীয়া একো নাই বুলি মন্তব্য কৰে। লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত পুৰণি চিনাকি বাবেই ইয়াক সৌজন্যৰ প্ৰকাশ বুলি কয়।

Apply Now

“ফটো কোনোবাই তুলি দিছে সেইটো মই নাজানো। সৰ্বা দা মোৰ বহু পুৰণা চিনাকি। ভদ্ৰতাৰ খাতিৰত তেওঁক মাত এষাৰ দিবই লাগিব। সেই কাৰণে মাত এষাৰ দিলো। গোটেই প্ৰগেমত মই নাছিলো। মাত্ৰ এঘন্টা থাকি ওলাই আহিছিলো। এইটোক লৈ বিতৰ্ক হ’বলগীয়া কোনো কথা নাই।”

ইপিনে, ‘কা’ বিৰোধী প্ৰতিবাদ অৱ্যাহত থাকিব বুলি মন্তব্য কৰি তেওঁ লগতে কয় “আমি ‘কা’ বিৰোধী প্ৰতিবাদত এতিয়াও লাগি আছো, তেতিয়াও লাগি আছিলো। ফিল্ম ফেয়াৰত গ’লো বুলিয়েই মই আন্দোলনৰ পৰা আঁতৰি অহাটো নুবুজায়। বহুতে তেনেধৰণে খবৰ উলিয়াবলৈ চেষ্টা কৰিছে।”

তেওঁ আৰু কয় “কা বিৰোধী প্ৰতিবাদ সদায় অব্যাহত থাকিব। স্থিতি সলনি কেতিয়াও নকৰো। মই তেনেকুৱা মানুহেই নহয়। যিটো বস্তু বেয়া পাওঁ সেইটো মুকলিকৈ কওঁ আৰু যিটো ভাল পাওঁ সেইটোও মুকলিকৈ কওঁ।”

তদুপৰি, “ক্ৰীড়া, গীত, চিনেমা ইত্যাদি বন্ধ কৰি দিলে আমাৰ ক্ষতি হ’ব” বুলি মন্তব্য কৰি শিল্পীজনে লগতে কয় “বহু লোক তাত জড়িত আছে। বহুতেই তাৰ পৰা পেটৰ ভাতমুঠি মোকলাই আছে। আন্দোলনৰ সমান্তৰালকৈ খেল, মিউজিক সকলো চলি থাকিব।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd